ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Mimisters Salary : বৃহৎ হাৰত বৃদ্ধিৰ দিশে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা

নিউজ ডেস্কঃ

News Desk by News Desk
November 14, 2024
Reading Time: 1 min read
A A
0
Assam Mimisters Salary : বৃহৎ হাৰত বৃদ্ধিৰ দিশে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা

RELATED POSTS

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

New Logo Smal 2 | ASSAM TIMES POST
ৰাজ্যত (Assam) বৃদ্ধি পাব মন্ত্ৰী-বিধায়কসকলৰ দৰমহা (Salaries of ministers and MLAs to be increased)। দৰমহা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ মন্ত্ৰী তথা বিধায়কসকলৰ দৰমহা আৰু ভাট্টা বৃদ্ধি (Increase in salary and allowances) ৫০ শতাংশ পর্যন্ত বৃদ্ধি (Up to 50 per cent increase) পাবলৈ আগবাঢ়িছে। উল্লেখযোগ্য যে এই দৰমহা সংশোধনৰ বাবে যোৱা জুলাই মাহত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বত এখন কমিটি গঠন কৰা দিছিল।

এই দৰমহা কমিটীয়ে প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনৰ ভিত্তিতে দৰমহা বৃদ্ধি পাবলৈ আগবাঢ়িছে। কমিটিখনত থকা আন সদস্যসকল হৈছে অসম বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাস, বিত্ত বিভাগৰ সচিব মালবিকা চৌধুৰী আৰু বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্য৷ তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত বিধানসভাৰ আগন্তুক শীতকালীন অধিবেশনত এই ক্ষেত্ৰত চূড়ান্ত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে ।

mla 1 | ASSAM TIMES POST
বৃহৎ হাৰত বৃদ্ধিৰ দিশে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা

উল্লেখযোগ্য যে বৰ্তমান মুখ্যমন্ত্ৰীয়ে লাভ কৰে মাহিলি ১ লাখ ৩০ হাজাৰ টকা দৰমহা। ভাট্টা হিচাপত ৩৪ হাজাৰ টকা মিলাই মুখ্যমন্ত্ৰীৰ মাহত মুঠ দৰমহা ১ লাখ ৬৪ হাজাৰ টকা।

এগৰাকী মন্ত্ৰীৰ বৰ্তমানৰ মাহিলি দৰমহা হৈছে ১ লাখ ১০ হাজাৰ টকা আৰু ভাট্টা ৩০ হাজাৰ মিলাই মুঠ ১ লাখ ৪০ হাজাৰ টকা। বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই ১ লাখ ২০ হাজাৰ দৰমহা আৰু ৩০ হাজাৰ ভাট্টা মিলাই ১ লাখ ৫০ হাজাৰ টকা। বিৰোধী দলপতিয়েও লাভ কৰে সমপৰিমাণে দৰমহা। ইয়াৰ উপৰি মন্ত্ৰীসকলে বিনামূলীয়া চৰকাৰী বাহন, ড্ৰাইভাৰ, পেট্ৰ’ল, ঘৰ, বিদ্যুৎ-পানী আদি সুবিধাও লাভ কৰে।
আনহাতে, এগৰাকী বিধায়কে দৰমহা আৰু ভাট্টা মিলাই লাভ কৰে ১ লাখ ২০ হাজাৰ টকা। তাৰ উপৰি বিনামূলীয়া আৱাস, গাড়ী, বিদ্যুৎ-পানী আদিও লাভ কৰে।

এতিয়া যদি নতুন নিৰিখ কাৰ্যকৰী হয় তেন্তে মুখ্যমন্ত্ৰীয়ে ২ লাখ ৪০ হাজাৰ , মন্ত্ৰীসকলে ২ লাখ ১০ হাজাৰ, বিধানসভাৰ অধ্যক্ষই ২ লাখ ২৫ হাজাৰ টকা দৰমহা লাভ কৰিব। আনহাতে, বিধানসভাৰ উপাধ্যক্ষ আৰু বিৰোধী দলপতিৰ দৰমহা ২ লাখ ২৫ হাজাৰ টকা আৰু বিধায়কসকলৰ দৰমহা ২ লাখ ৫ হাজাৰ টকালৈ বৃদ্ধি পাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamMimistersSalaryincreasedঅসমমন্ত্ৰী-বিধায়কৰদৰমহাবৃদ্ধি
Share4Tweet3Send

Related Posts

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d