ASSAM TIMES POST
নিউজ ডেস্ক
# কেন্দ্ৰৰ পক্ষ নুশুনাকৈ স্থগিতাদেশ জাৰি নকৰে সৰ্বোচ্চ ন্যায়ালয়ে।
# এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অধিক সময় বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।
# ছুপ্ৰিম কোৰ্টৰ ১নং আদালতত চলে গোচৰৰ শুনানি।
# অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ শুনানি পৃথকে পৃথকে হ’ব।
# যুক্তি দৰ্শাইছিল মহাধিবক্তাই।
# অসমৰ আবেদনসমূহৰ শুনানি হ’ব দুসপ্তাহৰ পিছত।
# চৰকাৰক চাৰি সপ্তাহৰ সময় ছুপ্ৰিম কোৰ্টৰ।
# তিনিটা বিভাগত হ’ব শুনানি।
# অসম-ত্ৰিপুৰা পৃথকে, উত্তৰ প্ৰদেশ আৰু সাংবিধানিক দিশৰ ওপৰতো পৃথকে পৃথকে হ’ব শুনানি।
# সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিব পাৰে ছুপ্ৰিম কোৰ্টে।













