ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

বাংলাদেশৰ হাতত গতালে অসমৰ বিভিন্ন জিলাত গ্ৰেপ্তাৰ হোৱা ৩০ অনুপ্ৰৱেশকাৰীক

ASSAM TIMES POST by ASSAM TIMES POST
July 25, 2019
Reading Time: 1 min read
A A
0
বাংলাদেশৰ হাতত গতালে অসমৰ বিভিন্ন জিলাত গ্ৰেপ্তাৰ হোৱা ৩০ অনুপ্ৰৱেশকাৰীক

ন আৰ চিৰ পূৰ্ণ খচৰা প্ৰকাশৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন জিলাত গ্ৰেপ্তাৰ হৈছে অবৈধ বিদেশী৷ অসমৰ বিভিন্ন জিলাত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে প্ৰায় ৩০ জনকৈ অবৈধ নাগৰিক৷ এই অবৈধ নাগৰিকসকলক বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে৷

RELATED POSTS

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

IMG 20190725 WA0002 | ASSAM TIMES POST

উল্লেখযোগ্য যে এই বাংলাদেশী নাগৰিকসকলে কোনো যাৱতীয় নথিপত্ৰলৈ ভাৰতত প্ৰৱেশ কৰা নাছিল৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকক আদালতত হাজিৰ কৰায়৷ আদালতৰ নিৰ্দেশ মৰ্মে এইসকল লোকক আজি কৰিমগঞ্জ সীমান্তৰ কালীবাৰী ঘাটেদি প্ৰত্যাৱৰ্তন কৰোৱা হয়৷ ইয়াৰ বাবে কাছাৰ, কৰিমগঞ্জ, তেজপুৰ, শিৱসাগৰ, গোলাঘাটসহ মুঠ ১০ খন জিলাৰ পৰা সকলোকে কৰিমগঞ্জলৈ অনা হয়৷

IMG 20190725 WA0003 | ASSAM TIMES POST

তাৰ পাছতে কৰিমগঞ্জ সীমান্তইদি বাংলাদেশৰ জকিগঞ্জত গটাই দিয়াৰ ব্যৱস্থা কৰে৷ আজি কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী প্ৰধান ড° দেৱজিৎ নাথে বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক তেওঁলোকৰ নিজৰ দেশত গটাই দিয়ে৷

Share4Tweet3Send

Related Posts

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী
EXCLUSIVE

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

by News Desk
November 22, 2022
50
দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন
EXCLUSIVE

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

by News Desk
October 11, 2022
50
আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক
ALL NEWS

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

by Staff Reporter
July 11, 2021
50
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?
ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

by News Desk
October 29, 2020
50
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
50
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক
ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

by Staff Reporter
February 25, 2020
50
ADVERTISEMENT
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
50
Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব
National-International

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx