ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indo China ladakh Border I লাডাখ সীমান্তত পুনৰ ২০২০ চনৰ জুনৰ স্থিতি, চীনা সেনাৰ উপস্থিতিৰ দাবী বিদেশ মন্ত্ৰী জয়শংকৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 22, 2024
Reading Time: 1 min read
A A
0
Indo China ladakh Border I লাডাখ সীমান্তত পুনৰ ২০২০ চনৰ জুনৰ স্থিতি, চীনা সেনাৰ উপস্থিতিৰ দাবী বিদেশ মন্ত্ৰী জয়শংকৰৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

ভাৰত-চীন দ্বিপাক্ষিক চুক্তি (India- China Border) অনুসৰি দুয়োখন দেশৰ সেনাবাহিনী পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ২০২০ চনৰ মে’ মাহৰ পূৰ্বৰ অৱস্থানলৈ ঘূৰি আহিছে। সোমবাৰে এই দাবী উত্থাপন কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

Indo China ladakh Border I
লাডাখ সীমান্তত পুনৰ ২০২০ চনৰ জুনৰ স্থিতি:

তেওঁ কয়, “পূব লাডাখৰ এল এ চিত ‘ডিছেংগেজমেণ্ট’ (মুখামুখি স্থানৰ পৰা সৈন্য প্ৰত্যাহাৰ) প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।’ ২০২০ চনৰ মে’ মাহৰ পূৰ্বে অঞ্চলটোত টহল দিছিল পক্ষসমূহে।
সোমবাৰে বৈদেশিক মন্ত্ৰীৰ বক্তব্যৰ পূৰ্বে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে সংঘাতৰ অন্ত পেলাবলৈ ‘টহলদাৰী সীমা’ নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰত আৰু চীনে একমতত উপনীত হৈছে।

তেওঁ কয়, “আলোচনাৰ জৰিয়তে আমি চীনৰ সৈতে এই বিষয়ত এক চুক্তিত উপনীত হৈছো। তাৰ পূৰ্বে নতুন দিল্লী-বেইজিঙে লাডাখৰ পৰিস্থিতি সন্দৰ্ভত এক চুক্তিত উপনীত হয়।“
২০২০ চনৰ এপ্ৰিল মাহৰ পৰা চীনা সেনাই এল এ চিৰ ওপৰেৰে পূব লাডাখৰ বিভিন্ন অঞ্চলত অনুপ্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

উত্তেজনাৰ পৰিৱেশত সেই বছৰৰ ১৫ জুনত গালৱানত চীনৰ আক্ৰমণত ২০ জন ভাৰতীয় জোৱান নিহত হয়। ভাৰতীয় সৈন্যৰ প্ৰত্যুত্তৰত কেইবাজনো চীনা জোৱান নিহত হোৱা বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বাতৰিয়ে প্ৰকাশ কৰিছে।

গালৱান কাণ্ডৰ পিছৰে পৰা সীমান্তৰ উত্তেজনা লাঘৱ কৰিবলৈ কূটনৈতিক আৰু সামৰিক পৰ্যায়ত ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত হৈ আহিছে।

২০২১ চনৰ জানুৱাৰী মাহত চুছুল-মালডো পইণ্টত দুয়োখন দেশৰ সেনাবাহিনীৰ মূল কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত এল এ চিৰ কিছুমান অঞ্চলত ‘ডিচেংগেজমেণ্ট’ আৰু ‘ডি-এস্কেলেচন’ৰ ওপৰত সহমতত উপনীত হয়। কিন্তু পাংগং হ্ৰদ লেগুন ফিংগাৰ এলেকা, দেপছাং উপত্যকাকে ধৰি বিভিন্ন অঞ্চলৰ সমস্যা সমাধান হোৱা নাই।

ইয়াৰ বাহিৰেও অভিযোগ উত্থাপন হৈছিল যে ২০২০ চনৰ এপ্ৰিলৰ পূৰ্বে ভাৰতীয় সৈন্যই ফিংগাৰ-৮ পৰ্যন্ত টহল দিছিল যদিও নতুন ব্যৱস্থাৰ অধীনত ফিংগাৰ-৫ পাৰ হ’ব পৰা নাছিল। ব্যৱস্থাটো পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি জয়শংকৰে কয়, “দুই বৃহৎ প্ৰতিবেশী দেশৰ মাজৰ মতানৈক্য দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

Tags: চীনা সেনাৰ উপস্থিতিৰ দাবী বিদেশ মন্ত্ৰী জয়শংকৰৰজুনৰ স্থিতিলাডাখ সীমান্তত পুনৰ ২০২০ চনৰ
Share4Tweet3Send

Related Posts

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
ADVERTISEMENT
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT