ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Salman Khan Death Threat : ৫ কোটি নিদিলে বাবা ছিদ্দিকীৰ দৰেই অৱস্থা হ’ব, ছলমান খানক দিয়া ভাবুকি-বাৰ্তা গʼল মুম্বাই আৰক্ষীলৈ

নিউজ ডেস্কঃ

News Desk by News Desk
October 18, 2024
Reading Time: 1 min read
A A
0
Salman Khan Death Threat : ৫ কোটি নিদিলে বাবা ছিদ্দিকীৰ দৰেই অৱস্থা হ’ব, ছলমান খানক দিয়া ভাবুকি-বাৰ্তা গʼল মুম্বাই আৰক্ষীলৈ

RELATED POSTS

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

New Logo Smal 2 | ASSAM TIMES POST

যদি ৫ কোটি নিদিয়ে তেন্তে ছলমান খানৰ (Threat to Salman Khan) অৱস্থাও বাবা ছিদ্দিকীৰ দৰে হ’ব (Will be like Baba siddiki)। এই ভাবুকি আহিল মুম্বাই আৰক্ষীলৈ (Threat came to Mumbai Police)। এই ভাবুকি লাভ কৰাৰ পিছতে জোকাৰণি উঠিছে মুম্বাই আৰক্ষীত। এই ভাবুকি কোনে পঠিয়াইছে, ইয়াৰ আঁৰত লৰেন্স বিষ্ণয় গোট আছে নেকি সেই সন্দৰ্ভত তদন্ত কৰি থকাৰ লগতে আৰক্ষীয়ে বলীউডৰ তাৰকাগৰাকীৰ নিৰাপত্তাও কটকটীয়া কৰিছে।

SAL | ASSAM TIMES POST
৫ কোটি নিদিলে বাবা ছিদ্দিকীৰ দৰেই অৱস্থা হ’ব, ছলমান খানক ভাবুকি-বাৰ্তা

সংবাদ সংস্থা এএনআইৰ মতে, বৃহস্পতিবাৰে মুম্বাই যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা হয় এই ভাবুকি বাৰ্তা। তাত লিখা আছে, “ছালমান খানৰ ভাগ্য বাবা ছিদ্দিকীতকৈও বেয়া হ’ব। এই কথাটো সহজভাৱে ল’ব নালাগে। যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে ৫ কোটি টকা দিব লাগিব।” এই বাৰ্তাটোত লগতে সকীয়াই দিয়া হৈছে যে যদিহে ধন নিদিয়ে তেন্তে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও বেয়া হ’ব।

উল্লেখ্য যে ছলমানৰ বিৰুদ্ধে কৃষ্ণসাৰ হৰিণ হত্যাৰ অভিযোগ। উক্ত ঘটনাৰ প্ৰতিশোধ হিচাপে বিষ্ণয় দলে তেওঁক কেইবাবাৰো হত্যাৰ ভাবুকি দিছিল। কিছু মাহ পূৰ্বে বলীউডৰ তাৰকাগৰাকীৰ ঘৰৰ সন্মুখত কেইবাটাও গুলী চলোৱাৰ অভিযোগ উত্থাপন হয়। প্ৰথমতে জনা যায় যে এই ঘটনাৰ আঁৰত বিষ্ণয় গোট জড়িত আছিল। আনহাতে, যোৱা ১২ অক্টোবৰত মুম্বাইৰ সমীপৰ বান্দ্ৰাত বিধায়ক পুত্ৰ জিষাণ ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰে এন চি পি নেতা বাবাক। এই ঘটনাত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SalmanKhanDeathThreatছলমানখানকভাবুকি-বাৰ্তা
Share5Tweet3Send

Related Posts

Nana Patekar dies : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰ্ষীয়ান অভিনেতা নানা পাটেকাৰৰ
Entertrainment

by News Desk
October 8, 2026
53
Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
51
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
ADVERTISEMENT
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
56
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d