ASSAM TIMES POST
নিউজ ডেস্ক
বিনা প্রতিদ্বন্দ্বিতাই বিজেপিৰ সর্বভাৰতীয় সভাপতি নির্বাচিত হ’ল জগত প্রকাশ নাড্ডা। সোমবাৰে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত আছিল সভাপতি নির্বাচন প্ৰক্ৰিয়া। তাতেই সর্বসন্মতিক্রমে দলৰ সভাপতি নির্বাচিত হয় জেপি নাড্ডা। অমিত শ্বাহৰ উত্তৰসুৰী হিচাপে তেওঁ দায়িত্ব গ্রহণ কৰে।













