ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহিলা অতিৰিক্ত উপায়ুক্তক চুলিত ধৰি অপদস্থ : মধ্যপ্রদেশৰ বিজেপি সমৰ্থকৰ বিৰুদ্ধে অভিযোগ

ASSAM TIMES POST by ASSAM TIMES POST
January 20, 2020
Reading Time: 1 min read
A A
0
মহিলা অতিৰিক্ত উপায়ুক্তক চুলিত ধৰি অপদস্থ : মধ্যপ্রদেশৰ বিজেপি সমৰ্থকৰ বিৰুদ্ধে অভিযোগ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক

সংশোধিত নাগৰিকত্ব আইনৰ সমর্থনত বিজেপিয়ে মধ্য প্ৰদেশত উলিওৱা এক সমদলত ঘটিল অথন্তৰ। মধ্য প্ৰদেশৰ ৰাজগড়ত বিজেপিৰ সমদলক বাধা দিয়াৰ সময়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বিজেপিৰ কৰ্মী-সমৰ্থক আৰু আৰক্ষী তথা জিলা প্রশাসনৰ বিষয়াসকলৰ মাজত। পৰিস্থিতি এনেকুৱা পৰ্যায়লৈ যায় যে বিজেপিৰ সমর্থকসকলৰ সৈতে হতা-হতি পৰ্যন্ত হয় ৰাজগড়ৰ উপাযুক্ত তথা অতিৰিক্ত উপায়ুক্তৰ। দুই মহিলা শীর্ষ বিষয়াৰ চুলি টানি, কঁকালত লঠিয়াই, বিজেপি সমর্থকসকলে তেওঁক অপদস্থ কৰে বুলি অভিযোগ উত্থাপন কৰিছে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।

আৰক্ষী সূত্ৰই জনোৱা মতে, অঞ্চলটোত ১৪৪ ধাৰা জাৰি থকা সত্ত্বেও চিএএ-ৰ সমর্থনত দেওবাৰে সমদল বাহিৰ কৰিছিল বিজেপিৰ সমর্থকসকলে। এই সমদলক বাধা দিবলৈ যোৱা আৰক্ষীৰ ওপৰত ৫০-১০০জনমান বিজেপি সমৰ্থকে আক্ৰমণ কৰে। পৰিস্থিতি চম্ভালিবলৈ দুই অতিৰিক্ত উপায়ুক্ত প্রিয়া বর্মা আৰু শ্রুতি আগৰৱালাক লৈ ঘটনাস্থলীত উপস্থিত হয় উপায়ুক্ত নিধি নিবেদিতা। বিজেপি সমর্থকসকলক নিৰস্ত কৰাৰ চেষ্টা কৰে তেওঁলোকে। এঠাইত বহিবলৈও নিৰ্দোশ দিয়ে। কিন্তু তাতো পৰিস্থিতি নিয়ন্ত্রণলৈ নাহে। তেতিয়াই দুয়োপক্ষৰ মাজত আৰম্ভ হয় টনা-আঁজোৰা।

ছ’চিয়েল মিডিয়াত এই ঘটনাৰ কেইবাটাও ভিডিঅ’ সন্মুখলৈ আহিছে। তাত দেখা গৈছে, টনা-আঁজোৰা চলি থকাৰ সময়ত কলাৰত ধৰি বহুকেইজনে আৰক্ষীৰ হাতত তুলি দিয়াৰ চেষ্টা কৰে প্রিয়া বর্মাক। দুই-এজনক থাপ্পৰ মৰাও দেখা যায়। তেনে অৱস্থাতে পৰিস্থিতিয়ে চৰম ৰূপ ধাৰণ কৰে। চাৰিওফালে আৰক্ষী মোতায়েন থকা সত্ত্বেও প্রিয়া বর্মাৰ চুলিত ধৰি টানি দিয়ে এজন ব্যক্তিয়ে।

সংবাদ সংস্থা এএনআই-এ উক্ত ব্যক্তিজনক বিজেপিৰ সমর্থক বুলে চিহ্নিত কৰিছে। আন এটি ভিডিঅ’ত, উপায়ুক্ত নিধি নিবেদিতাৰ সৈতে ত্ৰিৰঙ্গাধাৰী এজন ব্যক্তিৰ হতা-হতিও ধৰা পৰিছে।
সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত প্রিয়া বর্মাই কয়, ‘‘জিলাখনত ১৪৪ ধাৰা জাৰি আছে। আমি আমাৰ দায়িত্ব পালন কৰিছিলো। ওলোটা দিশৰ পৰা এটা দল আহি আমাৰ সৈতে অশালীন আচৰণ আৰম্ভ কৰে। আমাক টানি লৈ যোৱাৰ চেষ্টা কৰে। তাৰ পিছতেই ভিৰটোক ওভতাই পঠোৱাৰ চেষ্টা কৰৈ আমি। তেওঁলোকক এটা স্থানত বহিবলৈ কওঁ আমি। কিন্তু কোনেও কথা নুশুনে। তাৰ পিছত আৰক্ষীয়ে লাঠিচার্জ কৰিবলৈ বাধ্য হয়।’’ ভিৰৰ মাজৰ পৰা তেওঁৰ কঁকালত লঠিওৱা বুলিও অভিযোগ কৰে প্রিয়া বর্মাই। বিষয়টোক লৈ দুই ব্যক্তিৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰা হৈছে বুলিও তেওঁ জনায়।

বিজেপি নেতৃত্বই অৱশ্যে সমগ্ৰ ঘটনাটোৰ বাবে আৰক্ষী আৰু প্রশাসনকেই কাঠগড়াত তুলিছে। দলৰ নেতা তথা ৰাজ্যৰ প্রাক্তন মুখ্য মন্ত্রী শিৱৰাজ সিং চৌহানে উপায়ুক্তক তীব্র নিন্দা কৰিছে। টুইটাৰত শিৱৰাজে লিখে, ‘‘উপায়ুক্ত মেডাম, আইনৰ কোনখন কিতাপে শান্তিপূর্ণ আন্দোলনকাৰীৰ গাত হাত তোলাৰ অধিকাৰ দিছে আপোনাক?’’ মধ্য প্রদেশৰ মানুহে এই হিটলাৰী শাসন সহ্য নকৰে বুলিও ৰাজ্যৰ কংগ্রেছ চৰকাৰক সকীয়াই দিয়ে তেওঁ। অৱশ্যে কমলনাথৰ চৰকাৰ আৰক্ষী আৰু সেই উপায়ুক্তকেই সমৰ্থন কৰিছে। ১৪৪ ধাৰা লঙ্ঘনৰ অভিযোগত ইতিমধ্যে কেইবাজনকৈ গ্রেপ্তাৰ কৰা হৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx