ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Rahim Parole I হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ পেৰ’লত মুক্ত ৰাম ৰহিম, নিৰ্বাচন আয়োগৰ ওচৰত প্ৰতিবাদ কংগ্ৰেছৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 2, 2024
Reading Time: 1 min read
A A
0
এমাহৰ বাবে পেৰলত মুক্তি ধর্ষণ-হত্যাত কাৰাবন্দী বাবা ৰাম ৰহিমৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা ডেৰা সচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙে (Ram Rahim) নিৰ্বাচনৰ পূৰ্বে পেৰ’লত মুক্তি অব্যাহত ৰাখিছে। আনহাতে, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ পেৰ’লত মুক্তিৰ বিৰুদ্ধে মঙলবাৰে কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে।

Ram Rahim Parole I
হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ পেৰ’লত মুক্ত ৰাম ৰহিম:

মঙলবাৰে পুৱা গুৰমীতৰ এই আবেদনৰ পিছত নিৰ্বাচন আয়োগে তেওঁক ২০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। পেৰ’লৰ চৰ্ত হিচাপে তেওঁ হাৰিয়ানালৈ যাব নোৱাৰে বুলিও জনোৱা হয়। গুৰমীতে উত্তৰ প্ৰদেশৰ বাগপাটৰ আশ্ৰমত থাকিবলগা হৈছে।

পূর্বে পঞ্জাৱ আৰু হাৰিয়ানাত বিধানসভা নির্বাচনৰ পূর্বে একেদৰেই পেৰ’লত গুৰমীটক মুকলি কৰি দিয়া হৈছিল৷ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বেও একেই ধাৰা অব্যাহত আছিল। যোৱা জানুৱাৰী মাহত মুক্তি পোৱাৰ পিছত তেওঁক তৰোৱালেৰে কেক কাটি ‘স্বাধীনতা দিৱস’ উদযাপন কৰা দেখা গৈছিল।

উল্লেখযোগ্য যে পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, পশ্চিম উত্তৰ প্ৰদেশত ৰাম ৰহিমৰ প্ৰায় এক কোটি ভক্ত আছে। ইয়াৰে অধিকাংশই দলিত আৰু পিছপৰা শ্ৰেণীৰ।গতিকে যদি ডেৰাই কোনো দলক সমৰ্থন কৰে তেন্তে ইয়াৰ প্ৰভাৱ নিৰ্বাচনত প্ৰতিফলিত হোৱাৰ সম্ভাৱনা আছে।

সেয়ে কংগ্ৰেছকে ধৰি বিৰোধীৰ একাংশই অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে সেই ভোটসমূহৰ ওপৰত চকু ৰাখি নিৰ্বাচনৰ পূৰ্বে তেওঁক মুক্তিৰ ব্যৱস্থা কৰিছিল।  কাৰাগাৰত বন্দী ৰাম ৰহিমৰ ‘শক্তি’ বিগত সময়ত বিভিন্ন নিৰ্বাচনৰ সময়তো দেখা গৈছে। পেৰ’লত মুক্তি পোৱাৰ পিছত ডেৰাৰ মুৰব্বীগৰাকীয়ে বিজেপি নেতাৰ সৈতে অনলাইন সৎসংগৰ বাবেও বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হয়।

হাৰিয়ানা কংগ্ৰেছে মঙলবাৰে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে যদিহে ৰাম ৰহিমক পেৰ’লত মুকলি কৰি দিয়া হয় তেন্তে নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত হোৱাৰ আশংকা আছে। গতিকে কংগ্ৰেছে তেওঁক আদৰ্শ আচৰণ বিধিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁক মুকলি কৰি নিদিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে বিগত চাৰি বছৰত ১৫ বাৰকৈ পেৰ’লত মুকলি কৰি দিয়া হৈছে ৰাম ৰহিম।

২০০২ চনত ডেৰাৰ ৰাজ্যিক সমিতিৰ সদস্য ৰঞ্জিত সিঙৰ হত্যাকাণ্ডৰ গোচৰত ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল যদিও যোৱা মে’ মাহত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমক মুকলি কৰি দিছিল। 

অৱশ্যে আশ্ৰমৰ ভিতৰত দুজন শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত ২০১৭ চনত নিম্ন আদালতত ২০ বছৰৰ কাৰাদণ্ড ভুগি আছে ডেৰাৰ মুৰব্বীগৰাকীয়ে। হাৰিয়ানাৰ ৰোহটকৰ সুনীয়া কাৰাগাৰত বন্দী হৈ আছে। 

Tags: নিৰ্বাচন আয়োগৰ ওচৰত প্ৰতিবাদ কংগ্ৰেছৰপুনৰ পেৰ’লত মুক্ত ৰাম ৰহিমহাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে
Share4Tweet3Send

Related Posts

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

by News Desk
April 21, 2026
50
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত
National-International

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

by News Desk
April 21, 2026
50
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

by News Desk
April 21, 2026
50
Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি
National-International

Delhi heat wave : দিল্লীত ব’হাগতে ৪৪ ডিগ্ৰী স্পৰ্শ, আগন্তুক ৪-৫ দিনলৈ কেইবাখনো ৰাজ্যত তাপপ্ৰবাহৰ সতৰ্কবাণী জাৰি

by News Desk
April 21, 2026
50
JEE Mains results : ঘোষণা হ’ল জেইই মূল পৰীক্ষাৰ ফলাফল
National-International

JEE Mains results : ঘোষণা হ’ল জেইই মূল পৰীক্ষাৰ ফলাফল

by News Desk
April 21, 2026
50
Iranian ship detained : তেহৰাণক গোপনে সামৰিক সাহায্য বেইজিঙৰ : হৰমুজত ইৰানী জাহাজ জব্দ কৰি চাঞ্চল্যকৰ দাবী নিকি হেলীৰ
National-International

Iranian ship detained : তেহৰাণক গোপনে সামৰিক সাহায্য বেইজিঙৰ : হৰমুজত ইৰানী জাহাজ জব্দ কৰি চাঞ্চল্যকৰ দাবী নিকি হেলীৰ

by News Desk
April 21, 2026
50
ADVERTISEMENT
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

April 21, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

April 21, 2026
50
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত
National-International

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

April 21, 2026
50
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

April 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

April 21, 2026
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

April 21, 2026
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

April 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx