ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Army : ভাৰতীয়  সেনাৰ হাতলৈ আহিছে অতি শক্তিশালী আত্মঘাতী ড্ৰোন, দীৰ্ঘ দূৰত্বৰ ৰকেট

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2024
Reading Time: 1 min read
A A
0
Indian Army : ভাৰতীয়  সেনাৰ হাতলৈ আহিছে অতি শক্তিশালী আত্মঘাতী ড্ৰোন, দীৰ্ঘ দূৰত্বৰ ৰকেট

RELATED POSTS

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

New Logo Smal 3 | ASSAM TIMES POST

সেনাবাহিনীক শক্তিশালী কৰাৰ বাবে এইবাৰ আৰম্ভ হৈছে আত্মঘাতী ড্ৰোন আৰু ৰকেট (Drones and rockets) ব্যৱহাৰৰ প্ৰস্তুতি।  শুকুৰবাৰে এক বিবৃতিত ভাৰতীয় সেনা (Indian Army)ৰ আৰ্টিলাৰী মুৰব্বী লেফটেনেণ্ট জেনেৰেল আদোশ কুমাৰে এই কথা জানিবলৈ দিয়ে।

সেনাৰ সূত্ৰ অনুসৰি, পিনাকা ৰকেটৰ ৰেঞ্জ বৃদ্ধিৰ কামো আৰম্ভ হৈছে। পিনাকা মাৰ্ক-১ৰ সৰ্বোচ্চ ৰেঞ্জ ৪০ কিলোমিটাৰ, পিনাকা মাৰ্ক-২ৰ সৰ্বোচ্চ ৰেঞ্জ ৯০ কিলোমিটাৰ। কিন্তু এইবাৰ এই ৰকেটৰ ৰেঞ্জ ৩০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। লেফটেনেণ্ট জেনেৰেলে কয় যে দীৰ্ঘ দূৰত্বৰ নিৰ্ভয় আৰু প্ৰলয় ক্ষেপণাস্ত্ৰ প্ৰৱেশৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

missile 1 1 | ASSAM TIMES POST
দীৰ্ঘ দূৰত্বৰ ক্ষেপনাস্ত্ৰ নিৰ্ভয়

নিৰ্ভয় মিছাইলৰ ৰেঞ্জ ২০০০ কিলোমিটাৰ আৰু প্ৰলয় মিছাইলৰ ৰেঞ্জ ৪০০ কিলোমিটাৰ। প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে নিৰ্ভয় আৰু প্ৰলয়ক নিযুক্ত কৰাৰ বাবে অনুমোদন জনাইছে।  ইয়াৰ উপৰি ডি আৰ ডি অ’ই ছুপাৰছ’নিক মিছাইলৰ কামো আৰম্ভ কৰিছে।

ডি আৰ ডি অ’ই জুলাই মাহত ৫০০ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰিছে। শত্ৰুৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ ৰোধ কৰাত এই নতুন বেলিষ্টিক মিছাইল ফলপ্ৰসূ হ’ব। ইতিমধ্যে ভাৰতীয় সেনাৰ নতুন ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডৰ তত্বাৱধানত ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰিক কৌশল আৰু টাৰ্গেটিং ক্ষমতাৰ প্ৰাৰম্ভিক পৰীক্ষা সম্পন্ন হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndianArmyভাৰতীয় সেনা
Share4Tweet3Send

Related Posts

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

by News Desk
October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

by News Desk
October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

by News Desk
October 26, 2026
50
Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d