ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home crime

Suicide Pod : ছুইজাৰলেণ্ডত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হ’ল ‘ছুইচাইড পড’, ৬৪ বছৰীয়া বৃদ্ধাৰ ‘চুইচাইড’

নিউজ ডেস্কঃ

News Desk by News Desk
September 26, 2024
Reading Time: 1 min read
A A
0
Suicide Pod : ছুইজাৰলেণ্ডত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হ’ল ‘ছুইচাইড পড’, ৬৪ বছৰীয়া বৃদ্ধাৰ ‘চুইচাইড’

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Drugs Seized in Assam’s Khatkhati : two arrested

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

এক মিনিটতকৈও কম সময়ৰ ভিতৰতে এক বেদনাহীন শান্তিপূৰ্ণ মৃত্যু (Painless peaceful death)। ছুইজাৰলেণ্ডত প্ৰথমবাৰৰ (First time in Switzerland) বাবে এনে যন্ত্ৰ ব্যৱহাৰ (Machine Usage) কৰা হৈছে। এই অপৰাধত ছুইজাৰলেণ্ডৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক।

ছুইজাৰলেণ্ড-জাৰ্মান সীমান্তৰ শ্বাফহাউজেনৰ আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে অঞ্চলটোৰ এখন পথাৰত এই যন্ত্ৰটো স্থাপন কৰা হৈছে। তাতেই প্ৰথমবাৰৰ বাবে ‘ছুইচাইড পড’ (Suicide Pod) ব্যৱহাৰ কৰা হয়। সোমবাৰে এই যন্ত্ৰৰ সহায়ত এগৰাকী ৬৪ বছৰীয়া আমেৰিকান বৃদ্ধাৰ স্বেচ্ছাই মৃত্যু (64-year-old American woman dies voluntarily) হয়। আনহাতে, আত্মহত্যাত সহায়-সহযোগ কৰাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ (Four people arrested) কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে ডিভাইচ নিৰ্মাতা কোম্পানীটোৰ উপ-সভাপতি ফ্লৰিয়ান উইলেট, এজন ডাচ সাংবাদিক আৰু দুজন ছুইজাৰলেণ্ডৰ নাগৰিক। অভিযোগ অনুসৰি, বৃদ্ধাগৰাকীৰ মৃত্যুৰ সময়ত কেৱল ফ্লৰিয়ানহে উপস্থিত আছিল।

ছুইজাৰলেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এলিজাবেথ বাউম-শ্ব্লেইডাৰে সোমবাৰে কয় যে এই ডিভাইচটোৱে পণ্য সুৰক্ষা আইনৰ প্ৰয়োজনীয়তা পূৰণ নকৰে। ইয়াৰ উপৰি যন্ত্ৰটোত নাইট্ৰজেনৰ ব্যৱহাৰো বৈধ নহয়। অৱশ্যে এই অভিযোগ ‘ছুইচাইড পড’ নিৰ্মাণ কোম্পানীটোৱে অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে তেওঁলোকক উক্ত যন্ত্ৰ ব্যৱহাৰৰ বাবে ইতিমধ্যে আইনী অনুমতি দিয়া হৈছে।

Sucide 1 | ASSAM TIMES POST
ছুইজাৰলেণ্ডত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হ’ল ‘ছুইচাইড পড’

কিন্তু এই ‘ছুইচাইড পড’ কি?

ঘূৰণীয়া কফিন আকৃতিৰ এই যন্ত্ৰটোৰ নাম ‘ছাৰ্কো পড কেপচুল’। ২০১৯ চনত এই ডিভাইচটোৰ এটা প্ৰাৰম্ভিক প্ৰ’ট’টাইপ প্ৰস্তুত কৰা হৈছিল। ইয়াৰ পিছত ২০২১ চনত ছাৰ্কো পডে ব্যৱহাৰৰ বাবে আইনী অনুমোদন লাভ কৰে। এই ডিভাইচটো দেখাত এটা সৰু কেপচুলৰ দৰে আৰু ই পৰ্টেবল! এই চাৰকো য’লৈকে ইচ্ছা কঢ়িয়াই লৈ‌ যাব পাৰি। মূল মেচিনটোৰ পৰা পৃথক কৰিলে ইয়াক অলপ কফিনৰ দৰে দেখা যায়। উক্ত কফিনত ব্যৱহাৰকাৰীয়ে শুই পৰাৰ লগে লগে তেওঁ মৃত্যুৰ কোলাত শুই যায়। এই যন্ত্ৰটোত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কৃত্ৰিমভাৱে নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা আছে। আত্মহত্যা কৰিব বিচৰা ব্যক্তিজনে কফিনত সোমাই বুটাম এটা টিপিলে কেপচুলৰ ভিতৰৰ অংশ নাইট্ৰ’জেনেৰে ভৰি পৰে। প্ৰথমতে অক্সিজেন কমি যোৱাৰ বাবে ব্যক্তিজনে অস্বস্তি অনুভৱ কৰে যদিও ক্ৰমান্বয়ে চেতনা হেৰুৱায় পেলায়। ইয়াৰ কিছু সময়ৰ পিছতে হাইপ’ক্সিয়া আৰু হাইপ’কেপনিয়াত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হয়।

উল্লেখযোগ্য যে আচৰিত যেন লাগিলেও ছুইজাৰলেণ্ডত নাগৰিকৰ আত্মহত্যাৰ অধিকাৰ আছে। পৰিসংখ্যা অনুসৰি, ছুইজাৰলেণ্ডত আত্মহত্যাৰ ঘটনা সঘনাই সংঘটিত হয়। তাত আত্মহত্যাত সহায় কৰাও বৈধ। কেৱল ২০২০ চনতে ১৩০০ লোকক আত্মহত্যা কৰিবলৈ সহায় কৰা হৈছিল। কিন্তু স্বেচ্ছামূলক মৃত্যু, সহায়ক আত্মহত্যা বা ইউথেনাচিয়া ভাৰতত এতিয়াও আইনী অপৰাধ বুলি গণ্য কৰা হয়।

Tags: SuicidePodছুইচাইডপড
Share4Tweet3Send

Related Posts

Drugs Seized in Assam’s Khatkhati : two arrested
crime

Drugs Seized in Assam’s Khatkhati : two arrested

by ASSAM TIMES POST
January 18, 2026
50
Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown
crime

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

by ASSAM TIMES POST
January 12, 2026
50
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
50
Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
50
Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice
crime

Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice

by ASSAM TIMES POST
September 16, 2025
50
Doughter in law Injury I বোৱাৰীয়ে কিয় চাকৰি কৰিব? ৰাজপথত বোৱাৰীয়েকক ইটাৰে আঘাত শহুৰেকৰ
crime

Murder I বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামীৰ:স্বামী গ্ৰেপ্তাৰ

by Staff Reporter
September 7, 2025
50
ADVERTISEMENT
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx