ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিফুৰ পৰা মাঞ্জালৈ চাইক্লথনৰ ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 22, 2024
Reading Time: 1 min read
A A
0
ডিফুত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিফুৰ পৰা মাঞ্জালৈ চাইক্লথনৰ ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal 2 | ASSAM TIMES POST

দেওবাৰে পুৱা ৭ বজাত মাৰোৱাৰী যুৱ মঞ্চৰ ডিফু অমৃতি শাখাৰ  উদ্যোগত আৰু কাৰবি আংলং জিলা আৰক্ষীৰ সহযোগত ডিফু মাৰোৱাৰী বিবাহ ভৱনৰ পৰা মাঞ্জা থানালৈ চাইক্লথন শীৰ্ষক চাইকেল ৰেলী উলিওৱা হয় ৷ সুস্থ পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে ‘ ছে ‘ ন টু ড্ৰাগছ, ইয়েছ টু লাইফ’ সজাগতাৰ থীম হিছাপে লৈ বাহিৰ কৰা চাইক্লথনৰ  ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷

ডিফুত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিফুৰ পৰা মাঞ্জালৈ চাইক্লথনৰ ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই
ডিফুত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিফুৰ পৰা মাঞ্জালৈ চাইক্লথনৰ ফ্লেগ অফ :

উক্ত চাইক্লনথনত কাৰবি আংলং পুলিছ, ২০ বিএন চিআৰপিএফ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ লগতে বহু লোকে উক্ত ৰেলীত অংশ গ্ৰহণ কৰে ৷ উক্ত ৰেলীত অংশ গ্ৰহণ কৰা হৃষিকেশ বৰা প্ৰথম স্থান, ৰৌছনৰাজ টেৰণ দ্বিতীয় স্থান আৰু ছাৰবংচ’ টিচ’ই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ স্থানপ্ৰাপ্ত তিনিও গৰাকী যুৱ চাইক্লীষ্টক উদ্যোক্তা সকলে ট্ৰফী আৰু মানপত্ৰৰে সন্মানিত কৰে ৷

এই উপলক্ষে মাঞ্জা থানা চৌহদত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত মাঞ্জা থানাৰ অচি স্বমধন স্বৰ্গীয়াৰী , মাৰোৱাৰী যুৱ মঞ্চ অমৃতিশাখা সভাপতি প্ৰিতম দাগা, সম্পাদক ৰাকেশ ৰামাৱত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা মণ্ডলৰ সভানেত্ৰী ববিতা আগৰৱাল আৰু বিশিষ্ট অতিথি ৰামজিলাল মুণ্ড লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 'ইয়েছ টু লাইফ''ছে ' ন টু ড্ৰাগছ'কাৰবি আংলংকাৰবি আংলং পুলিছচাইক্লথনছাৰবংচ' টিচ'ইট্ৰফীডিফুডিফু মাৰোৱাৰী বিবাহ ভৱনপ্ৰিতম দাগাপৰিৱেশববিতা আগৰৱালমাঞ্জা থানামাঞ্জা থানাৰ অচি স্বমধন স্বৰ্গীয়াৰীমানপত্ৰমাৰোৱাৰী যুৱ মঞ্চসঞ্জীৱ কুমাৰ শইকীয়াসম্বৰ্ধনা অনুষ্ঠানস্বাস্থ্যহৃষিকেশ বৰা২০ বিএন চিআৰপিএফৰাকেশ ৰামাৱতৰামজিলাল মুণ্ড.ৰৌছনৰাজ টেৰণ
Share6Tweet4Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
50
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d