ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
গুৱাহাটীত চলি থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ আজি অষ্টম দিন। এই প্ৰতিযোগিতাৰ পদক তালিকাৰ শীৰ্ষ ১০ ৰাজ্য তলত দিয়া ধৰণৰঃ
ৰাজ্য সোণ ৰূপ ব্ৰঞ্জ মুঠ
মহাৰাষ্ট্ৰ ৪২ ৪৩ ৬৬ ১৫১
হাৰিয়ানা ৩৬ ৩৫ ৪০ ১১১
দিল্লী ২২ ১৯ ৩২ ৭৩
উত্তৰ প্ৰদেশ ২০ ১৮ ২১ ৫৯
কেৰালা ১৩ ৩ ১৩ ২৯
গুজৰাট ১২ ১০ ১৫ ৩৭
কৰ্ণাটক ১১ ১০ ১০ ৩১
মধ্য প্ৰদেশ ১১ ৯ ১২ ৩২
তামিলনাডু ১০ ২২ ১২ ৪৪
অসম ৯ ১০ ১৩ ৩২
(১৮ জানুৱাৰী, ১২.৪০ পৰ্যন্ত)













