ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jammu Kashmir terrorist attack : কাশ্মীৰত মাজনিশা অভিযানত নিহত দুই সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2024
Reading Time: 1 min read
A A
0
Jammu Kashmir terrorist attack : কাশ্মীৰত মাজনিশা অভিযানত নিহত দুই সন্ত্ৰাসবাদী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

জম্মু-কাশ্মীৰ (Jammu & Kashmir)ত অনুপ্ৰৱেশৰ চেষ্টা ৰোধ কৰিবলৈ দেওবাৰে মাজনিশা নিৰাপত্তা বাহিনীয়ে অভিযান (Security forces launched an operation) চলায়। জানিব পৰা মতে, নিশা সেনাৰ গুলীত দুই সন্ত্ৰাসবাদী নিহত (Two terrorists were killed) হয়। এতিয়াও অনুসন্ধান অব্যাহত আছে। আনহাতে, উদ্ধাৰ হৈছে কেইবাটাও আগ্নেয়াস্ত্ৰ (Firearms recovered)।

দেওবাৰে নিৰাপত্তা বাহিনীয়ে ৰাজৌৰীৰ নৌচেৰা ছেক্টৰ (Nauchera Sector, Rajouri)ত অনুপ্ৰৱেশ বিৰোধী অভিযান আৰম্ভ কৰে। সেনা সূত্ৰৰ মতে, সন্ত্ৰাসবাদীৰ অনুসন্ধান লাভ কৰি গুলীচালনা কৰে। সেনাৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও অস্ত্ৰ-শস্ত্ৰ। ইয়াৰ ভিতৰত আছে এ কে ৪৭ ৰাইফল।

jk 2 | ASSAM TIMES POST
কাশ্মীৰত মাজনিশা অভিযানত নিহত দুই সন্ত্ৰাসবাদী

আনহাতে, সন্ত্ৰাসবাদীয়েও শিবিৰৰ পৰা জোৱানসকলৰ ওপৰত গুলীচালনা কৰে। কিন্তু এতিয়ালৈকে সেনাৰ ফালৰ পৰা কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই।

দেওবাৰে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ৰাজৌৰীৰ সীমান্তৰ কেইবাটাও স্থানত অভিযান চলাইছিল নিৰাপত্তা বাহিনীয়ে। অভিযোগ উত্থাপন হৈছে যে জিলাখন অনুপ্ৰৱেশকাৰীৰ ঘাটিলৈ পৰিণত হৈছে। বাহিনীৰ চকুত ধূলি মাৰি ৰাজৌৰীলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে বহুতে। দেওবাৰে তেওঁলোকৰ বিৰুদ্ধে চলোৱা অভিযানত সফল হয় নিৰাপত্তা বাহিনী।

Tags: jammu-kashmirRajouriজম্মু-কাশ্মীৰ
Share4Tweet3Send

Related Posts

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
ADVERTISEMENT
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx