ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar Case : আৰ জি কৰ ধৰ্ষণ-হত্যাৰ গোচৰত চিবিআই তদন্তৰ নিৰ্দেশ, আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট কলিকতা উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
August 13, 2024
Reading Time: 1 min read
A A
0
RG Kar Case : আৰ জি কৰ ধৰ্ষণ-হত্যাৰ গোচৰত চিবিআই তদন্তৰ নিৰ্দেশ, আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট কলিকতা উচ্চ ন্যায়ালয়

RELATED POSTS

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

New Logo Smal 1 | ASSAM TIMES POST

আৰ জি কৰ গোচৰ (RG Kar Case)ত চিবিআই তদন্তৰ নিৰ্দেশ (CBI probe ordered) কলিকতা উচ্চ ন্যায়ালয় (Calcutta High Court)ৰ। মঙলবাৰে মুখ্য ন্যায়াধীশ টি এছ শিৱগনামে গোচৰৰ কেছ ডায়েৰী পৰীক্ষা কৰি এই নিৰ্দেশ দিয়ে। লগতে উচ্চ ন্যায়ালয়ে কয় যে ৰাজ্যৰ হাতত থকা সকলো তথ্য আৰু নথি-পত্ৰ চিবিআইক দিব লাগে। কেৱল সেয়াই নহয়, আৰক্ষীয়ে সংগ্ৰহ কৰা চিচিটিভি ফুটেজো চিবিআইক গতাই দিবলৈ কয়।

আনহাতে, আৰ জি কৰ গোচৰত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। মঙলবাৰে আৰ জি কৰ গোচৰত দাখিল কৰা ৫টা জনস্বাৰ্থ জড়িত গোচৰৰ একেসময়তে শুনানি গ্ৰহণ কৰা হয়। দিনৰ ১ বজাত ৰাজ্য চৰকাৰে কেছ ডায়েৰী আদালতত দাখিল কৰে। উক্ত প্ৰতিবেদন পঢ়ি আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে মুখ্য ন্যায়াধীশে।

rg 1 | ASSAM TIMES POST
কলিকতাৰ আৰ জি কৰ ধৰ্ষণ-হত্যাৰ গোচৰত চিবিআই তদন্তৰ নিৰ্দেশ

উল্লেখ্য যে যোৱা শুকুৰবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগৰ চতুৰ্থ মহলাত এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয়। এই ঘটনাই ৰাজ্যৰ লগতে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰ জি কৰৰ কনিষ্ঠ চিকিৎসকসকলে হত্যা আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি আন্দোলনত বহে। পিছত আন চিকিৎসকেও এই আন্দোলনত যোগদান কৰে। কিন্তু সেই আন্দোলন বৰ্তমান কেৱল আৰ জি কৰতে সীমাবদ্ধ হৈ থকা নাই। এই ঘটনাৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত এই আন্দোলন বিয়পি পৰে। আনকি দেশৰ বিভিন্ন চিকিৎসালয়ৰ চিকিৎসকেও প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

ইতিমধ্যে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত কেইবাটাও তথ্য পোহৰলৈ আহিছে। উক্ত তথ্যবোৰৰ পৰা স্পষ্ট যে যুৱতীগৰাকীক নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল। এই ঘটনাত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। এই ঘটনাত আন কোনো লোক জড়িত থকাৰ কোনো প্ৰমাণ পোৱা নাই। আনহাতে, শনিবাৰে অভিযুক্তক শিয়ালদহ আদালতত হাজিৰ কৰা হয়। আদলতে অভিযুক্তক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RGKarCaseআৰজিকৰধৰ্ষণ
Share4Tweet3Send

Related Posts

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
50
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
50
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

by News Desk
September 26, 2026
57
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
50
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
50
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
50
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d