ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Raypur Air base I ৯ বছৰ ধৰি ৰায়পুৰ বিমানবন্দৰত আছে বাংলাদেশৰ এখন বিমান, কিন্তু কিয়?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 12, 2024
Reading Time: 1 min read
A A
0
Raypur Air base I ৯ বছৰ ধৰি ৰায়পুৰ বিমানবন্দৰত আছে বাংলাদেশৰ এখন বিমান, কিন্তু কিয়?

Oplus_0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

৯ বছৰ ধৰি ৰায়পুৰ বিমানবন্দৰত (Raipur Air Base) থিয় হৈ আছে এখন বিমান। তাত এতিয়া চৰায়ে বাহ সাজিছে, লতাজাতীয় গছবোৰ ইঞ্জিনৰ ওপৰত বগাইছে। কিন্তু মেকডনেল ডগলাছ ৮৩ নামৰ বিমানখন ৰ’দ-বৰষুণ মূৰত লৈ অলৰ-অচৰ হৈ একেদৰেই থিয় হৈ আছে।

Raypur Air base I
৯ বছৰ ধৰি ৰায়পুৰ বিমানবন্দৰত আছে বাংলাদেশৰ এখন বিমান, কিন্তু কিয়?:

আচলতে এইখন হৈছে এখন বাংলাদেশী বিমান। ২০১৫ চনত ঢাকাৰ পৰা মাস্কাটলৈ গৈ থকা ইউনাইটেড এয়াৰৱেজৰ এই বিমানখনে হঠাৎ ইঞ্জিন বিকল হোৱাৰ বাবে ১৭৩ জন যাত্ৰী লৈ ৰায়পুৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। তেতিয়াৰে পৰাই ৰায়পুৰ বিমানবন্দৰ ইয়াৰ ঠিকনা।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ২০১৫ চনৰ ৭ আগষ্টত ৩২ হাজাৰ ফুট উচ্চতাত উৰণৰ সময়ত বিমানখনৰ ইঞ্জিন হঠাতে বিকল হৈ পৰে। ইয়াৰ পিছত পাইলটজনে ওচৰৰ ৰায়পুৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।

বিমানখনত থকা ১৭৩ জন যাত্ৰীক মাস্কাটলৈ আন এখন বিমানেৰে প্ৰেৰণ কৰা হয়।
ৰায়পুৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ বিভাগৰ মুৰব্বী এইচ ডি শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে, ভৱিষ্যতে বিমানখনৰ সৈতে কি কৰা হ’ব কোনেও নাজানে। কাৰণ এই ধৰণৰ ঘটনা ভাৰতত প্ৰথম। এই ক্ষেত্ৰত কোনো স্পষ্ট নিয়ম নাই।

বিগত ৯ বছৰত বাংলাদেশী বিমান কোম্পানীটোৰ অভিযন্তাসকলে আহি কেইবাবাৰো বিমানখন মেৰামতিৰ চেষ্টা চলাইছে যদিও কোনো ফল পোৱা নাই। অৱশেষত তেওঁলোকে হাৰ মানে আৰু তেতিয়াৰে পৰাই বিদেশৰ বিমানবন্দৰত থিয় হৈ আছে ডগলাছ ৮৩। আনহাতে, ৰায়পুৰ বিমানবন্দৰ কৰ্তৃপক্ষই বিমানখন বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ উচ্চ কৰ্তৃপক্ষলৈ কেইবাখনো পত্ৰ লিখিছে।

বাংলাদেশ ইউনাইটেড এয়াৰৱেজকো দিয়া হৈছে এখন পত্ৰ। কিন্তু তাৰ কোনো সঁহাৰি পোৱা নাই। ইফালে প্ৰতি ঘণ্টাত ৩২০ টকাকৈ ৯ বছৰত বিমানবন্দৰত পাৰ্কিং মাচুলৰ বাবদ ৪ কোটি টকা দিবলগা হৈছে। কিন্তু এতিয়া কোনে দিব ইমান পৰিমাণৰ ধন তাৰো উত্তৰ নাই। কাৰণ ২০১৬ চনৰ মাৰ্চ মাহত কোম্পানীটো বন্ধ হৈ পৰে। ফলত সেই বিমানখনৰ ভাগ্য কি হ’ব সেয়া কোনেও নাজানে।

আনহাতে, ইমানদিনে এনেদৰে পৰি থকাৰ ফলত ডগলাছৰ কেবিনত চৰাইবোৰে বাহ সাজিছে। ককপিটৰ ওপৰত গছ-গছনি গজিছে। এখন যাত্ৰীবাহী বিমান এতিয়া বহিৰাষ্ট্ৰত অকলশৰে বহি থাকি ঘৰলৈ উভতি যোৱাৰ ক্ষণ গণিছে!

Tags: কিন্তু কিয়বাংলাদেশৰ এখন বিমান৯ বছৰ ধৰি ৰায়পুৰ বিমানবন্দৰত আছে
Share4Tweet3Send

Related Posts

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

by Staff Reporter
May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

by Staff Reporter
May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

by Staff Reporter
May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

by Staff Reporter
May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

by Staff Reporter
May 24, 2026
50
উষ্ণতম গ্রীষ্ম!‌ ৫ ৰাজ্যত তাপ প্রবাহৰ সতর্কতা
National-International

‎তেলেংগানাত গ্ৰীষ্মপ্ৰবাহত মৃত্যু ১৬ I ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা ‎

by Staff Reporter
May 24, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx