ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

By Elections 2024 I বিজেপিৰ বিপর্যয়, ৭ ৰাজ্যৰ উপ নিৰ্বাচনত মুখথেকেচা এন ডি এৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 13, 2024
Reading Time: 1 min read
A A
0
By Elections 2024 I বিজেপিৰ বিপর্যয়, ৭ ৰাজ্যৰ উপ নিৰ্বাচনত মুখথেকেচা এন ডি এৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

৭ ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টি (13 assembly constituencies)ৰ উপ-নিৰ্বাচন (By-elections)ত বিজেপি নেতৃত্বাধীন এন ডি এয়ে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰে ভিতৰত কংগ্ৰেছ, তৃণমূল, আপ, ডি এম কে আৰু ‘ইণ্ডিয়া’ৰ অংশীদাৰ দল (‘India’s partner team)সমূহে মুঠ ১০টাত জয়লাভ (10 constituencies wins) কৰিছে। বিজেপি তথা এন ডি এয়ে মাত্ৰ দুখন আসন লাভ (BJP and NDA won only two seats) কৰে। বিহাৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।

বিজেপিৰ বিপর্যয়, ৭ ৰাজ্যৰ উপ নিৰ্বাচনত মুখথেকেচা এন ডি এৰ
বিজেপিৰ বিপর্যয়, ৭ ৰাজ্যৰ উপ নিৰ্বাচনত মুখথেকেচা এন ডি এৰ:

উল্লেখযোগ্য যে পশ্চিমবংগত শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে ৪ খন আসনৰ ভিতৰত চাৰিখনে দখল কৰে।পশ্চিমবংগৰ উপ-নিৰ্বাচনত বিজেপিয়ে ৩খন আসন হেৰুৱাবলগা হয়। তৃণমূলে ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মাণিকতলা উপ-নিৰ্বাচনত জয়লাভ কৰে। কিন্তু ২০২১ চনৰ নিৰ্বাচনত ইয়াৰে প্ৰথম তিনিখন বিজেপিয়ে দখল কৰিছিল। ইয়াৰ বাহিৰেও দেশৰ আন ছখন ৰাজ্যৰ ৯খন বিধানসভা আসনৰ ভিতৰত হিমাচলৰ হামিৰপুৰত বিজেপিয়ে জয়লাভ কৰে। কংগ্ৰেছ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ পত্নী কমলেশে ডেহৰাত জয়লাভ কৰে। নলাগড়তো কংগ্ৰেছে জয়লাভ কৰে।

উত্তৰাখণ্ডৰ দুখন আসন বদ্ৰীনাথ আৰু মঙলদৈ সমষ্টিও কংগ্ৰেছৰ দলৰ দখললৈ যায়। লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ অযোধ্যা আৰু এলাহাবাদত (বৰ্তমান প্ৰয়াগৰাজ) পৰাস্ত হোৱাৰ পিছত উত্তৰাখণ্ডৰ তীৰ্থস্থান বদ্ৰীনাথতো ধৰাশায়ী হয় গেৰুৱা দল। পঞ্জাৱৰ জলন্ধৰ পশ্চিম বিধানসভাত আম আদমী পাৰ্টি আৰু তামিলনাডুৰ বিক্ৰবন্ধীত ডিএমকেয়ে জয়লাভ কৰে। আনহাতে, মধ্যপ্ৰদেশৰ অমৰৱাড়া সমষ্টিত বিজেপিয়ে জয়লাভ কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: By-electionsউপনিৰ্বাচন
Share4Tweet3Send

Related Posts

Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
53
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
59
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
57
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
51
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
53
Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy
Political

Navigating the Path to ‘One Nation One Election’: Understanding the Legislative Journey and Implications for Indian Democracy

by ASSAM TIMES POST
December 17, 2024
56
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11103) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d