ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Annual Week of Assam University : অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাৰ্ষিক ইউনিভাৰচিটি সপ্তাহ : চহৰৰ মাজেৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ছাইদুল ইছলামঃ

News Desk by News Desk
May 20, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act

Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

দেওবাৰে পুৱা ১০ মান বজাত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উদ্যোগ (Assam University Diphu Campus Initiative)ত বিশ্ববিদ্যালয়খনৰ বাৰ্ষিক ইউনিভাৰচিটি সপ্তাহ উদযাপন (Annual Week of Assam University) কৰা হয় ৷ ২০ মে’ৰ পৰা ২৬ মে’লৈকে চলিব এই কাৰ্যসূচী৷ শুভাৰম্ভনি কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত বিশ্ববিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পৰাম্পৰাগত সাজ-পাৰ পৰিধান কৰি ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ ডিফু চহৰৰ মাজেৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা (Cultural procession) উলিয়ায়৷

UNIVERp2 1 | ASSAM TIMES POST

ডিফু কাছা খেলপথাৰত এই শোভাযাত্ৰাৰ সামৰণি পৰে৷ বিশ্ববিদ্যালয়খনৰ ১০ টা বিভাগে বিভিন্ন থীমলৈ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে৷ “সাংস্কৃতিক বৈচিত্ৰ আৰু ঐক্য” মূল থীম হিছাপে লৈ  ইউনিভাৰচিটি সপ্তাহ উদযাপন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

UNIVERp0 | ASSAM TIMES POST

ইয়াৰোপৰি প্ৰতিটো বিভাগৰ অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন বিভাগ সমূহৰ শিক্ষক সকলে নিৰিক্ষণ কৰি সামৰণি অনুষ্ঠানত পুৰষ্কৃত কৰা হব বুলি ছাত্ৰ একতা সভাৰ নেতা সকলে জানিবলৈ দিছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Share7Tweet5Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

by ASSAM TIMES POST
February 8, 2026
54
Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act
KARBI ANGLONG

Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act

by ASSAM TIMES POST
February 7, 2026
53
Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত
KARBI ANGLONG

Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

by News Desk
February 4, 2026
58
Major drug bust at Khatkhati Naka ,two arrested
KARBI ANGLONG

Major drug bust at Khatkhati Naka ,two arrested

by ASSAM TIMES POST
January 23, 2026
59
ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু
KARBI ANGLONG

ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু

by Staff Reporter
January 21, 2026
59
Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:
KARBI ANGLONG

Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:

by ASSAM TIMES POST
January 20, 2026
51
ADVERTISEMENT
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:
Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

February 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11472) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d