ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India I চৰকাৰী সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ অধিকাৰ, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 8, 2024
Reading Time: 1 min read
A A
0
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal | ASSAM TIMES POST

ৰাজ্য বা চৰকাৰে লোৱা যিকোনো সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ অধিকাৰৰ ভিতৰত। বৃহস্পতিবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে (Supreme Court) এই পৰ্যবেক্ষণ আগবঢ়ায়। দেশৰ শীৰ্ষ আদালতৰ মতে, প্ৰতিটো সমালোচনা অপৰাধ নহয়। বাক স্বাধীনতাৰ ক্ষেত্ৰতো আৰক্ষী অধিক সচেতন হ’ব লাগে বুলি আদালতে কয়।

Supreme Court of India
চৰকাৰী সিদ্ধান্তক সমালোচনা কৰাটো নাগৰিকৰ অধিকাৰ, উচ্চতম ন্যায়ালয়:

জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰি ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতা প্ৰকাশ কৰিছে কাশ্মীৰৰ এজন অধ্যাপকে। পেছাত তেওঁ মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। কিন্তু জাভেদ আহমেদ হাজাম নামৰ অধ্যাপকজনৰ নামত এটা অপৰাধমূলক গোচৰ ৰুজু হয়।

তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে ৫ আগষ্টত (২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ দিন) তেওঁ হোৱাটছএপৰ ডিপি ব্লেক আউট কৰি লিখিছিল, “জম্মু-কাশ্মীৰৰ বাবে ক’লা দিন।” ইয়াৰ উপৰি ১৪ আগষ্টত তেওঁ পাকিস্তানৰ স্বাধীনতা দিৱস ‘উদযাপন’ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে।

ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূৱানৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয়, “ভাৰতৰ সংবিধানে দেশৰ নাগৰিকক মত প্ৰকাশৰ অধিকাৰ আৰু বাক স্বাধীনতা প্ৰদান কৰিছে। এই সুৰক্ষাৰ অৰ্থ হ’ল ৩৭০ অনুচ্ছেদ বাতিলকে ধৰি চৰকাৰৰ যিকোনো সিদ্ধান্তক যিকোনো নাগৰিকে সমালোচনা কৰিব পাৰে। চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট হৈ মাত মাতিব পৰাটো এজন নাগৰিকৰ অধিকাৰৰ ভিতৰত পৰে।”

আনহাতে, গোচৰটোৰ কথা উল্লেখ কৰি আদালতে কয় যে এটা বিশেষ দিনক ‘ক’লা দিন’ বুলি কোৱাটো ‘প্ৰতিবাদ আৰু যন্ত্ৰণাৰ প্ৰকাশ’। পাকিস্তানৰ স্বাধীনতা দিৱস উদযাপনৰ অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, “এয়া সৌজন্যমূলক”।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়কৰাটো নাগৰিকৰ অধিকাৰচৰকাৰী সিদ্ধান্তক সমালোচনা
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d