ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Reserve Bank of India I ২০০০ টকীয়া নোটৰ নতুন তথ্য প্ৰকাশ ৰিজাৰ্ভ বেংকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 5, 2024
Reading Time: 1 min read
A A
0
Reserve Bank of India I ২০০০ টকীয়া নোটৰ নতুন তথ্য প্ৰকাশ ৰিজাৰ্ভ বেংকৰ

RELATED POSTS

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

New Logo Smal 5 | ASSAM TIMES POST

এতিয়ালৈকে দেশত প্ৰৱৰ্তন কৰা ২০০০ টকীয়া নোটৰ (Rs 2,000 note) ৯৭ শতাংশ বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। ৩ শতাংশ এতিয়াও বাকী আছে। এই তথ্য ৰিজাৰ্ভ বেংকৰ। উল্লেখযোগ্য যে ১ মাৰ্চত আৰবিআয়ে (RBI) জনাইছিল যে প্ৰায় ৮৪৭০ কোটি টকাৰ (Rs 8470 crore) ২০০০ টকীয়া নোট এতিয়াও ঘূৰাই দিয়া হোৱা নাই (Not returned)।

২০২৩ চনৰ ১৯ মে’ত আৰবিআয়ে ২০০০ টকীয়া নোট বজাৰৰ পৰা ঘূৰাই আনিব বুলি ঘোষণা কৰে। জাৰি কৰা অধিসূচনাত সাধাৰণ লোকে কেনেদৰে ২০০০ টকা জমা বা বিনিময় কৰিব পাৰে সেই বিষয়েও অৱগত কৰা হৈছিল। ২০২৩ চনৰ ১৯ মে’ৰ পৰা আৰবিআইৰ ১৯টা কাৰ্যালয়ত ২০০০ টকীয়া নোট বিনিময় কৰা হয়।

এই সুবিধাৰ উপৰি দেশৰ যিকোনো ডাকঘৰৰ পৰাও ৰিজাৰ্ভ বেংকৰ ২০০০ টকীয়া নোট প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছিল। এই ধন ব্যক্তিজনৰ বেংক একাউণ্টত জমা হয়।

২০০০ টকীয়া নোটৰ নতুন তথ্য প্ৰকাশ ৰিজাৰ্ভ বেংকৰ
২০০০ টকীয়া নোটৰ নতুন তথ্য প্ৰকাশ ৰিজাৰ্ভ বেংকৰ:

আহমেদাবাদ, বাংগালুৰু, বেলাপুৰ, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা আৰু তিৰুৱনন্তপুৰমত আৰবিআইৰ ১৯টা কাৰ্যালয় আছে। নোট বিনিময়ৰ সময়সীমা ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰলৈ দিয়া হৈছিল। কিন্তু পিছত এই সময়সীমা ৭ অক্টোবৰলৈ বৃদ্ধি কৰা হয়। ৭ অক্টোবৰৰ পৰা বেংকে ২০০০ টকীয়া নোট গ্ৰহণ কৰা বন্ধ কৰি দিয়ে। ৰিজাৰ্ভ বেংকে জনাইছে যে এজন ব্যক্তিয়ে ডাকঘৰ বা ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত ২০০০ টকীয়া নোট এটা সময়ত ২০,০০০ টাকা পৰ্যন্ত বিনিময় কৰিব পাৰে।

২০২৩ চনত ২০০০ টকীয়া নোট ঘূৰাই লোৱাৰ কথা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ২০১৬ চনৰ নৱেম্বৰ মাহত বিমুদ্ৰাকৰণৰ সময়ত প্ৰথমবাৰৰ বাবে ২০০০ টকীয়া নোট জাৰি কৰা হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RBIon2000Noteৰিজাৰ্ভবেংক২০০০টকীয়ানোট
Share4Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

by News Desk
September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

by News Desk
September 24, 2026
50
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d