ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Agra man arrested for depositing Fake Note I ২০০০ টকীয়া নোট সলনি কৰাৰ সময়তে ধৰা পৰিল জাল নোট ব্যৱসায়ী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 25, 2023
Reading Time: 1 min read
A A
0
Agra man arrested for depositing Fake Note I ২০০০ টকীয়া নোট সলনি কৰাৰ সময়তে ধৰা পৰিল জাল নোট ব্যৱসায়ী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আগ্ৰাত (Agra)  চৰকাৰী বেংকত ২০০০ টকীয়া জাল নোট বিনিময় কৰি থকা অৱস্থাত ধৰা পৰে এজন লোক। সংশ্লিষ্ট বেংকটোৰ মেনেজাৰৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক।

Fake Rs 2000 notes
Agra man arrested for depositing fake Rs 2000 note:

আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত ব্যক্তিজন এজন স্থানীয় কোটিপতি সোণ-ৰূপ ব্যৱসায়ীৰ পুত্ৰ। তেওঁ ভাৰতীয় ষ্টেট বেংকৰ এটা শাখালৈ গৈ ২.৮৫ কোটি টকাৰ ২০০০ টকীয়া নোট বিনিময় কৰে। উক্ত নোটৰ বাণ্ডিলটোত ১৩খন ভুৱা নোট আছিল। বেংকটোৰ মেনেজাৰে আৰক্ষীক অভিযোগ কৰি কয় যে এই ঘটনাৰ দুদিন পূৰ্বে ধৃত ব্যক্তিজনে বিপুল পৰিমাণৰ ২০০০ টকাৰ নোট বিনিময় কৰিছিল।

মঙলবাৰৰ পৰা দেশৰ বিভিন্ন বেংকত ২০০০ টকীয়া নোটৰ বিনিময় প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰিজাৰ্ভ বেংকে কৈছে যে ৩০ ছেপ্টেম্বৰলৈকে কোনো বাধা নোহোৱাকৈ ২০০০ টকীয়া নোট বেংকত বিনিময় কৰিব পৰা যাব। পান বা আধাৰ কাৰ্ডৰ দৰে কোনো পৰিচয় প্ৰমাণ দেখুৱাব নালাগে।

আনকি বিনিময়ৰ বাবে কোনো বেংক ফৰ্ম পূৰণ কৰাৰ প্ৰয়োজন নাই! আৰবিআইৰ সমান্তৰালকৈ ভাৰতীয় ষ্টেট বেংককে ধৰি একাংশ চৰকাৰী বেংকেও এই সন্দৰ্ভত গাইডলাইন জাৰি কৰিছে। কিন্তু এই ব্যৱস্থাৰ ফলত কʼলা ধন সহজে সলনি কৰিব পৰা যাব বুলি ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে।

Tags: Agra
Share4Tweet3Send

Related Posts

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

by News Desk
May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

by News Desk
May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

by News Desk
May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT