ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২০২০ চনৰ পদ্মশ্ৰী ৰংবং তেৰাঙ সমন্বয় বঁটা মিত্ ভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়ালৈ

ASSAM TIMES POST by ASSAM TIMES POST
December 31, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ ২০২০ চনৰ পদ্মশ্ৰী ৰংবং তেৰাঙ বঁটাৰ বাবে অসমৰ বলিষ্ঠ সাংবাদিক, সাহিত্যিক, অসম সভাৰ প্ৰাক্তন সভাপতি, মিত্ ভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়াক মনোনিত কৰা হৈছে৷ আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই৷

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

অহা ১২ জানুৱাৰীত কাৰবি আংলঙৰ বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব ৷ সংবাদমেলত চিংথুৰ প্ৰকাশনৰ স্বত্তাধিকাৰ বিশ্বজ্যোতি হাজৰিকা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা আৰু দিপেন বৰাই জানিবলৈ দিয়া অনুসৰি ” ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ ১৩ জানুৱাৰীৰ পৱিত্ৰ জন্মদিনৰ লগত সংগতি ৰাখি ১২ জানুৱাৰী তাৰিখে ২০১৭ চনৰ পৰাই ” ৰংবং তেৰাঙ সমন্বয় বঁটা” প্ৰদান কৰি আহিছে৷

ইতিমধ্যে ২০১৭ চনত বিশিষ্ট সাহিত্যিক, লোক- সংস্কৃতিৰ গৱেষক পণ্ডিত ড০ বীৰেন্দ্ৰ নাথ দত্ত, ২০১৮ চনত অৰুণাচল তথা অসমৰ প্ৰখ্যাত গল্পকাৰ তথা উপন্যাসিক য়েছে দৰজে ঠেংছি আৰু ২০১৯ চনত প্ৰবীন সাংবাদিক আৰু বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিলৈ এই বঁটা আগবঢ়োৱা হৈছিল৷ এইবাৰ ২০২০ চনৰ ” ৰংবং তেৰাঙ সমন্বয় বঁটা”ৰ বাবে অসমৰ এগৰাকী বলিষ্ঠ সাংবাদিক, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিত্ভাষৰ স্ৰষ্টা ড: নগেন শইকীয়াক মনোনীত কৰিছে ৷

অহা ১২ জানুৱাৰী ২০২০ চনত চিংথুৰ প্ৰকাশনৰ উদ্যোগত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পুৱা ১০-৩০ বজাত ড’ নগেন শইকীয়ালৈ এই বঁটা প্ৰদান কৰা হব ৷ এই বঁটাত নগদ ধনৰ লগতে, পৰাম্পৰাগত সাজ-পোছাক আৰু স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হব ৷ উক্ত অনুষ্ঠানত পদ্মশ্ৰী ৰংবং তেৰাঙৰ লগতে গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিব দিছে ৷ আনহাতে উক্ত অনুষ্ঠানতে ৰংবং তেৰাঙৰ এখন বাস্তৱ জীৱনভিত্তিক উপন্যাস “উৰুখা পঁজাৰ কাব্য”, ভবেন কোচৰ এখনি ৰহস্য গল্প সংকলন ” শিলভেটাৰ চকুলো ” আৰু বহু কেইখন গ্ৰন্থ উন্মোচন কৰা হব বুলিও উদ্যোক্তা সকলে জনাইছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx