ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Cancelation of 2000 currency I বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট

নিউজ ডেস্কঃ

News Desk by News Desk
December 1, 2023
Reading Time: 1 min read
A A
0
Cancelation of 2000 currency I বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

Google pay : ধন লেনদেনত নতুন সিদ্ধান্ত গুগল পেৰ, জানি লওক

GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

২০০০ টকাৰ নোট (Rs 2,000 notes) বজাৰত নাথাকিব বুলি জাৰি কৰা হৈছিল নিৰ্দেশ। ফলত দেশৰ জনসাধাৰণে তেওঁলোকৰ হাতত থকা ২০০০ টকাৰ নোট বেংকত জমা দিয়ে। কিন্তু তাৰ মাজতে প্ৰকাশ পাইছে অন্য এক খবৰ। শুকুৰবাৰে আৰবিআয়ে (RBI) জনোৱা মতে, বজাৰত এতিয়াও প্ৰচলিত হৈ আছে ন হাজাৰ সাতশ ষাঠি কোটিৰ দুহাজাৰ টকীয়া নোট। ৯৭.২৬ শতাংশ নোট অক্ষত অৱস্থাত বেংকলৈ ঘূৰি আহে। কিন্তু এতিয়াও ইমান সংখ্যক নোট আহিবলৈ বাকী (Notes are yet to return to the bank) আছে।

বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট
বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট:

১৯ মে’ত আৰবিআয়ে ঘোষণা কৰিছিল যে ২০০০ টকীয়া সকলো নোট বজাৰৰ পৰা উলিওৱা হ’ব। কিন্তু এতিয়াও বজাৰত থকা ২০০০ টকীয়া নোটৰ পৰিমাণক লৈ চিন্তিত হৈ পৰিছে আৰবিআই। ২০০০ টকীয়া সকলো নোট জমা দিয়াৰ শেষ তাৰিখ আছিল ৩০ ছেপ্টেম্বৰ। পিছলৈ এই সময়সীমা ৭ অক্টোবৰলৈ বৃদ্ধি কৰা হয়। উল্লেখযোগ্য যে ২০১৬ চনত প্ৰথমবাৰৰ বাবে বজাৰলৈ আহিছিল ২০০০ টকীয়া নোট। সেই সময়ত বজাৰৰ পৰা এহাজাৰ আৰু পুৰণি পাঁচশ টকীয়া নোট বাতিল কৰা হৈছিল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: 2000currencyNote২০০০টকীয়ানোট
Share6Tweet4Send

Related Posts

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ
Economy

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

by News Desk
April 9, 2025
53
Google pay : ধন লেনদেনত নতুন সিদ্ধান্ত গুগল পেৰ, জানি লওক
Economy

Google pay : ধন লেনদেনত নতুন সিদ্ধান্ত গুগল পেৰ, জানি লওক

by News Desk
February 20, 2025
17.2k
GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত
Economy

GST : বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য, জি এছ টি কাউন্সিল ল’ব পাৰে সিদ্ধান্ত

by News Desk
February 20, 2025
51
Indian Mobile phone Industry : মোবাইল ৰপ্তানিত অভিলেখ সৃষ্টি ভাৰতৰ
Economy

Indian Mobile phone Industry : মোবাইল ৰপ্তানিত অভিলেখ সৃষ্টি ভাৰতৰ

by News Desk
February 19, 2025
52
RBI : সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ
Economy

RBI : সুদীৰ্ঘ পাঁচ বছৰ পাছত ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, সস্তা হ’ব পাৰে গৃহ আৰু গাড়ীৰ ঋণ

by News Desk
February 7, 2025
53
Budget 2025 I এইবাৰ বাজেটত বিহাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা, মধুবনী কলাৰ শাৰী পৰিধান কৰি বাজেট দাখিল বিত্তমন্ত্ৰীৰ
Business

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

by Sanjeev Sarma
February 2, 2025
51
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
85
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
53
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
54
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
68
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d