ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Wild Elephant attacked : বোকাজানত বনৰীয়া হাতীৰ আক্ৰমণত শিশু-মহিলাসহ চাৰিজনৰ মৃত্যু

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
November 23, 2023
Reading Time: 1 min read
A A
0
Wild Elephant attacked : বোকাজানত বনৰীয়া হাতীৰ আক্ৰমণত শিশু-মহিলাসহ চাৰিজনৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST
বোকাজান (Bokajan) থানাৰ অন্তৰ্গত বৰমান্থীত আজি বনৰীয়া হাতীৰ আক্ৰমণত (Wild Elephant attacked) শিশু-মহিলাসহ চাৰিজন লোকৰ মৃত্যু (Child and Woman killed) হয়। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি প্ৰায় দুই বজাত বোকাজান থানাৰ অন্তৰ্গত বৰমান্থী লালুবস্তিত চিত্ৰনলা খেতিৰ পৰা ওভতি অহাৰ সময়তে দলটো দুটা বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয়। বনৰীয়া হাতীৰ আক্ৰমণত দুটি কণমানি শিশু, এগৰাকী মহিলাকে ধৰি চাৰিজন লোকে সকৰুণ মৃত্যুক সাৱটি লয়।

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Bokajan0 | ASSAM TIMES POST

নিহত লোককেইজন ক্ৰমে ৰিবিকা কেলকাটা (২৮), কানিয়া তিৰিয়া (৫০), জেচয়া কেৰকেটা (৪) আৰু আগষ্টিন কৰ্মকাৰ (২) বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত বোকাজান আৰক্ষীৰ লগতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Tags: WildElephantAttackedবনৰীয়াহাতীৰআক্ৰমণ
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx