ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

Staff Reporter by Staff Reporter
June 14, 2026
Reading Time: 1 min read
A A
0
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

১০৯ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ নং হাওৰাঘাট বিজেপি মণ্ডল সমিতিৰ উদ্যোগত আজি এক গুৰুত্বপূৰ্ণ বুথ সন্মিলন সফলতাৰে অনুষ্ঠিত হৈ যায়। হাওৰাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰ প্ৰেক্ষাগৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনত সভাপতিত্ব কৰে মণ্ডল সভাপতি পিন্টু দত্তই।

বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন:

দলীয় সংগঠনক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয়। আজিৰ এই বিশেষ অনুষ্ঠানত বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলৰ সমৰ্থনত সৰ্বাধিক ভোট প্ৰদান কৰা তিনিটা বুথক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়।

স্থানীয় বিধায়ক লুনচিং টেৰণে নিজ হাতে এই পুৰস্কাৰসমূহ বিতৰণ কৰে। ইয়াৰ উপৰিও সাংগঠনিক কাম-কাজক উৎসাহিত কৰিবলৈ প্ৰতিটো বুথকে বিশেষ সন্মান হিচাপে আৰ্থিক অনুদান আগবঢ়োৱা হয়।

IMG 20260614 WA0335 | ASSAM TIMES POST

উক্ত সন্মিলনত ১০৯ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ সমষ্টিৰ বিধায়ক লুনচিং টেৰণে মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় কৰ্মীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেওঁ চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যাবলৈ আৰু দলৰ ভেটি মজবুত কৰিবলৈ কৰ্মীসকলক আহ্বান জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰিতেশ ইংহি, কাৰ্যবাহী সদস্য ৰাজু টিছু, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰতন টেৰণ, প্ৰাক্তন সদস্য ৰামচিং টিমুং, প্ৰাক্তন কাৰ্যবাহী সদস্য খনচিং ৰংপি, বৰ্ডাৰ বৰ্ড চিয়াৰমেন উইলিংচন ফাংচু, বিজেপিৰ প্ৰক্তন জিলা উপ সভাপতি ভাস্কৰ সন্দিকৈ, হাওৰাঘাট পৌৰ সভাৰ অধ্যক্ষ বিদ্যা টেৰণ আৰু গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ দেউৰী লেকথে আদি। দলীয় কাৰ্যকৰ্তা আৰু শতাধিক ৰাইজৰ সক্ৰিয় উপস্থিতিয়ে সমগ্ৰ কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰি তোলে।

Tags: বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদানহাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 15, 2026
50
Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?
National-International

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

June 15, 2026
50
Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি
National-International

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026
50
Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু
National-International

Iran USA war I ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাৱিক, অসুস্থ হৈ এজনৰ মৃত্যু

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 15, 2026
Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

June 15, 2026
Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

Khan Sir । খান ছাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণৰ অভিযুক্ত প্ৰিন্সৰ মৃত্যুত ৰহস্য বৃদ্ধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx