ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বিআংলঙত বৰদিনৰ প্ৰস্তুতি সম্পূৰ্ণ 

ASSAM TIMES POST by ASSAM TIMES POST
December 24, 2019
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বিআংলঙত বৰদিনৰ প্ৰস্তুতি সম্পূৰ্ণ 

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলঙত পৱিত্ৰ বৰদিনৰ প্ৰস্তূতি প্ৰায় সম্পূৰ্ণ হৈছে । বুধবাৰে খ্ৰীষ্টান ধৰ্মালম্বী লোকে পালন কৰিব পৱিত্ৰ বৰদিন ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বুধবাৰে খ্ৰীষ্টান ধৰ্মালম্বী লোকে উদযাপন কৰিব পৱিত্ৰ বৰদিন ।

WhatsApp Image 2019 12 24 at 8.48.36 PM 1 | ASSAM TIMES POST

ইয়াৰ বাবে প্ৰত্যেক খ্ৰীষ্টান ধৰ্মালম্বী পৰিয়ালে প্ৰস্তূতি সম্পূৰ্ণ কৰি তুলিছে । পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে । জিলাখনত বিভিন্ন প্ৰান্তৰ লগতে বৈঠালাংছʼৰ প্ৰতিটো গিৰ্জাঘৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । ইফালে খ্ৰীষ্টমাছ কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে প্ৰতিটো গিৰ্জাঘৰ ।

শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সাজু হৈছে পৱিত্ৰ যীশুৰ বাণী কেৰলৰ মাধ্যমেৰে প্ৰচাৰ কৰিবলৈ । ইফালে চান্টাক্লছʼক প্ৰতিকী ৰূপত শিশুসকলে উপস্থাপন কৰিবলৈ ধৰ্মীয় সাজ পোচাক পৰিধান কৰি সাজু হোৱা পৰিলক্ষিত হৈছে ।এনেদৰেই এতিয়া পৱিত্ৰ বৰদিন উৎসৱ উদযাপন কৰাৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে প্ৰস্তুতি সম্পন্ন্ কৰি তুলিছে ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx