ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi pollution : দিল্লীত চৰম মাত্ৰাত প্ৰদূষণ স্তৰ, একেৰাহে ৪ দিন ধোঁৱাৰ আৱৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
November 1, 2023
Reading Time: 1 min read
A A
0
Delhi pollution : দিল্লীত চৰম মাত্ৰাত প্ৰদূষণ স্তৰ, একেৰাহে ৪ দিন ধোঁৱাৰ আৱৰণ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

একেৰাহে চতুৰ্থ দিনতো দিল্লীক আৱৰি আছে ধোঁৱাৰ চাদৰে (4th day pollution in Delhi)। দিনত দেখা পোৱা নাযায় সূৰ্যৰ পোহৰ (Sunlight is not visible during the day)। নিশাৰতো কোনো কথাই নাই। দিল্লীত দিনৰ ভাগতেই গাড়ীৰ লাইট আৰু ষ্ট্ৰীট লাইটে পোহৰাই ৰাখিছে। নিশা গাড়ীৰ গতিবেগ কমিছে। যদিও বিদ্যালয়-মহাবিদ্যালয়সমূহ আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা নাই, তথাপিও কিছুদিনৰ বাবে শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পুৱা খোজকাঢ়িবলৈ ওলাই যোৱা লোকসকলে উশাহ লোৱাত কষ্ট পোৱা বুলি কয়। গতিকে বৰ্তমান পুৱা ওলাই যোৱাটো বন্ধ ৰাখিছে। দিল্লীৰ বিভিন্ন পথত দৃশ্যমানতা ইমানেই হ্ৰাস পাইছে যে দিনতেই যেন সন্ধিয়া নামিছে।

delhip | ASSAM TIMES POST

গুৰগাঁৱৰ নয়ডাত সাধাৰণ মানুহৰ পৰা গাড়ীচালকলৈকে বহু সমস্যাৰ সন্মুখীন হৈছে। ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৫ টা নিৰ্দেশনা জাৰি কৰিছে। ফলত গাড়ী, জ্বলনশীল সামগ্ৰী, ধূলি সকলোতে পদক্ষেপ লোৱা হʼব। কিন্তু এই সকলো প্ৰচেষ্টাৰ পিছতো প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। ইতিমধ্যে দেশৰ শীর্ষ আদালতে এই সন্দর্ভত প্রতিবেদনৰ আহ্বান জনাইছে৷ কিন্তু প্ৰতিবেদন যিয়েই নহওক কিয়, পোহৰৰ উৎসৱ দীপাৱলী আহি আছে। দিল্লীৰ এই প্ৰদূষণ কিমানখিনিলৈ যাব তাক লৈ চিন্তিত পৰিবেশবিদসকল।

তেওঁলোকৰ মতে, এতিয়া উৎসৱৰ বতৰ চলি আছে। সেই তালিকাত আহি আছে দীপাৱলী। কিন্তু দিল্লীৰ বায়ু প্ৰদূষণ দেৱালীৰ নিশাৰ পিছত কেনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাক উল্লেখ কৰাৰ প্ৰয়োজন নাই৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: DelhiPollutionদিল্লীপ্ৰদূষণ
Share4Tweet3Send

Related Posts

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন
National-International

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

by Staff Reporter
December 12, 2025
50
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

by Staff Reporter
December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

by Staff Reporter
December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

by Staff Reporter
December 12, 2025
50
Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান
National-International

Shivraj Patil dies I প্ৰাক্তন গৃহমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা শিৱৰাজ পাটিলৰ দেহাৱসান

by Staff Reporter
December 12, 2025
50
Tragic bus accident I পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল যাত্ৰীবাহী বাছ, নিহত কমেও ৯
National-International

Tragic bus accident I পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল যাত্ৰীবাহী বাছ, নিহত কমেও ৯

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন
National-International

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

December 12, 2025
50
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

Rajya Sabha I মন্ত্ৰীৰ অনুপস্থিতিত স্থগিত ৰাখিবলগা হ’ল‌ ৰাজ্যসভাৰ অধিৱেশন

December 12, 2025
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11104) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d