ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel attack on Lebanon I লেবাননত হিজবুল্লাহৰ ওপৰত আক্ৰমণ ইজৰাইলৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 17, 2023
Reading Time: 1 min read
A A
0
Israel attack on Lebanon I লেবাননত হিজবুল্লাহৰ ওপৰত আক্ৰমণ ইজৰাইলৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

পেলেষ্টাইনৰ হামাছৰ উপৰি এইবাৰ ইজৰাইলৰ লক্ষ্য হৈছে লেবাননৰ (Israel attack on Lebanon) সশস্ত্ৰ সংগঠন হিজবুল্লাহ। সোমবাৰে নিশা ইজৰাইল সেনাই লেবাননত আক্ৰমণ কৰে। লেবাননৰ হিজবুল্লাহৰ ঘাটিত গোলাবৰ্ষণ কৰা হয়। এই বিমান আক্ৰমণৰ ফলত লেবাননত কিমান ক্ষতি হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আক্ৰমণ ইজৰাইলৰ
লেবাননত হিজবুল্লাহৰ ওপৰত আক্ৰমণ ইজৰাইলৰ:

ইজৰাইল সেনাৰ এক বিবৃতিত কোৱা হৈছে যে ইজৰাইল সেনাই লেবাননৰ ভূখণ্ডত থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহক লক্ষ্য কৰি লৈছে। কমেও ২৮ জন বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। ইজৰাইল চৰকাৰৰ এই কাৰ্যৰ পৰা বহুতে ভাবে যে তেওঁলোকে লেবাননৰ ভূখণ্ডৰ পৰা হিজবুল্লাহক উৎখাত কৰিবলৈ আৰু ডাঙৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে।

পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছৰ সৈতে ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই হিজবুল্লাহ এই যুদ্ধত হামাছৰ পক্ষত আছে বুলি কৈছে। প্ৰয়োজন হʼলে অস্ত্ৰ লৈ যুদ্ধক্ষেত্ৰলৈ যাবলৈও সাজু হৈ আছে।

ইজৰাইলে ইৰাণক হিজবুল্লাহক অস্ত্ৰ আৰু ধন যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে। ইৰাণে যুদ্ধত হামাছকো সমৰ্থন কৰিছিল আৰু পেলেষ্টাইন ভূখণ্ডত ইজৰাইলী আগ্ৰাসনৰ বিৰোধিতা কৰিছিল। সোমবাৰে ইৰাণে সতৰ্কবাণীৰ সুৰত কয় যে তেওঁলোকো উক্ত অঞ্চলত বন্দুক লৈ সাজু। যদিহে ইজৰাইলৰ আগ্ৰাসন বন্ধ নহয় তেন্তে আক্ৰমণৰ প্ৰভাৱ তীব্ৰতৰ হʼব।

Tags: আক্ৰমণ ইজৰাইলৰলেবাননত হিজবুল্লাহৰ ওপৰত
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

ADVERTISEMENT
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT