ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগৰিকত্ব সম্পৰ্কত নতুন ব্যাখ্যা অমিত শ্বাহৰ মন্ত্ৰণালয়ৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 21, 2019
Reading Time: 1 min read
A A
0
নাগৰিকত্ব সম্পৰ্কত নতুন ব্যাখ্যা অমিত শ্বাহৰ মন্ত্ৰণালয়ৰ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক

এনআৰচি আৰু নতুন নাগৰিকত্ব আইন (চিএএ)ৰ বিৰুদ্ধে দেশজুৰি বিক্ষোভৰ সন্মুখীন হৈ প্ৰায় প্ৰতিদিনেই নতুন ব্যাখ্যা দিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালায়ে৷ ইয়াকে লৈ বিৰোধীৰ অভিযোগ, সেই ব্যাখ্যাত সন্দেহ দূৰ হোৱাৰ পৰিৱৰ্তে অধিক শোচনীয় হৈ পৰিছে পৰিস্থিতি৷ ঠিক যেনেদৰে হৈছিল বিমুদ্ৰাকৰণৰ সময়ত ৰিজাৰ্ভ বেংকৰ নিত্যনতুন নিৰ্দেশনাত৷

শুকুৰবাৰে মন্ত্ৰণালয়ৰ তৰফৰ পৰা নাগৰিকত্ব আইনৰ ব্যাখ্যা আগবঢ়াই কোৱা হৈছে যে প্ৰথমতে, ১৯৮৭ চনৰ ১ জুলাইৰ পূৰ্বে যিসক লভাৰতত জন্মিছিল, তেওঁলোক সকলোৱেই এই দেশৰ নাগৰিক৷ দ্বিতীয়তে, ১ জুলাই ১৯৮৭ৰ পৰা ৩ ডিচেম্বৰ ২০০৪ৰ ভিতৰত যিসকল ভাৰতত জন্মিছিল আৰু যিসকলৰ পিতৃ-মাতৃৰ ভিতৰত কোনো এজন ভাৰতৰ নাগৰিক, তেৱোঁ ভাৰতীয়৷ তৃতীয়তে, ৩ ডিচেম্বৰ ২০০৪ৰ পিছত যিসকল জন্মিছিল আৰু যাৰ পিতৃ-মাতৃ দুয়ো বা যিকোনো এজন ভাৰতীয় নাগৰিক আৰু অন্যজন সেই সময়ত অবৈধ অনুপ্ৰৱেশকাৰী নহয়, তেওঁলোকো বাৰতীয় নাগৰিক হিচাপে গণ্য হ’ব৷

কিন্তু বিৰোধীৰ মন্তব্য, ১৯৮৭ চনৰ ১ জুলাইৰ পূৰ্বে যেতিয়া জন্মৰ পঞ্জীয়ন বাধ্যতামূলক নাছিল, তেতিয়া যিসকলৰ জন্ম, তেওঁলোকে কি নথি দেখুৱাব? তাৰ উপৰি, ২০০৪ চনৰ ৩ ডিচেম্বৰৰ পিছত জন্ম হোৱা কোনোৱে যদি তেওঁলোকৰ পিতৃ বা মাতৃৰ ভিতৰৰ কোনো এজনকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰিব নোৱাৰে, তেতিয়াহ’লে তেওঁৰ নাগৰিকত্বক লৈ প্ৰশ্ন উঠিব৷ কিন্তু তেওঁ যিহেতু ভাৰতত জন্মিছে, গতিকে তেওঁ অ-মুছলমান হ’লেও নিজকে শৰণাৰ্থী হিচাপে দাবী কৰি নতুন নাগৰিকত্ব আইনৰ সুবিধা ল’ব নোৱাৰিব৷ এই সকলো জটিলতাৰ সমাধান কি বুলিও বিৰোধী দলসমূহে প্ৰশ্ন তুলিছে৷

কিন্তু ইয়াৰ স্পষ্ট উত্তৰ গৃহ মন্ত্ৰণালয়ৰ ব্যাখ্যাত উপলব্ধ নহয়৷ যদিও মন্ত্ৰণালয়ৰ কৰ্তৃপক্ষৰ দাবী, দেশজুৰি এনআৰচি আৰম্ভ কৰাৰ সময়ত যি নিয়ম-কানুন তৈয়াৰ কৰা হ’ব, তাত বৈধ নাগৰিকসকলৰ কাৰো কোনো সমস্যা নহ’ব৷ জন্মৰ নথি বা বিদ্যালয়ত পঢ়াৰ নথি দাখিলৰ মাধ্যমেৰে নাগৰিকত্বৰ আবেদন কৰিব পৰা যাব৷ নিৰক্ষৰ ব্যক্তিসকলৰ বাবে বিশেষ ব্যৱস্থা থাকিব৷ তেওঁলোকৰ ক্ষেত্ৰত জন্মৰ সাক্ষী হিচাপে কোনো ব্যক্তি বা স্থানীয় কৰ্তৃপক্ষৰ প্ৰমাণ-পত্ৰৰ ভিত্তিতে নাগৰিকত্বৰ আবেদন কৰিব পৰা যাব৷ দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাৰ পিছত তাত নাম উঠিলে লাভ কৰিব নাগৰিকত্ব কাৰ্ড৷ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড নহয়, সেয়াই হ’ব দেশৰ নাগৰিক হোৱাৰ পৰিচয়৷

Tags: Featured
Share5Tweet3Send

Related Posts

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

by News Desk
August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

by News Desk
August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

by News Desk
August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

by News Desk
August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

by News Desk
August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

by News Desk
August 1, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx