ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

নিউজ ডেস্কঃ

News Desk by News Desk
August 1, 2026
Reading Time: 1 min read
A A
0
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

ৰাছিয়াৰ পৰা তেল বা গেছ (Oil or gas from Russia) ক্ৰয় কৰা যিকোনো দেশে (Bought in the country)ই ১০০ শতাংশ শুল্কৰ সন্মুখীন হ’ব পাৰে (Could face 100 percent tariff)। শেহতীয়াকৈ আমেৰিকাৰ চিনেটত (America’s senate) এনে এখন বিধেয়ক গৃহীত (Bill passed) হৈছে। এই বিধেয়কখন উত্থাপন কৰিছে হাউছ অব ৰিপ্ৰেজেণ্টিটিভত। তাত যদি সেউজ সংকেত পায় তেন্তে বিধেয়কখন আইনত পৰিণত হ’ব। তেতিয়া ভাৰতে কি কৰিব? শক্তি আমদানিৰ ক্ষেত্ৰত নতুন দিল্লীৰ নীতি কি হ’ব? শুকুৰবাৰে এই বিষয়ত বিদেশ মন্ত্ৰালয়ে মুকলিকৈ প্ৰকাশ কৰিছে। কোৱা হৈছে যে নতুন দিল্লীয়ে আমেৰিকাৰ বিধেয়কখনৰ ওপৰত চকু ৰাখিছে। সংশ্লিষ্ট বিষয়াসকলৰ সৈতেও আলোচনা চলি আছে।

ভাৰতে ৰাছিয়াৰ পৰা বহু তেল আৰু গেছ ক্ৰয় কৰে। ভাৰতেই হৈছে ৰাছিয়াৰ তেলৰ মূল ক্ৰেতা। ইয়াৰ উপৰি কেইবাখনো দেশ শক্তি আমদানিৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল। বিগত সময়ত এই ভাৰতীয় নীতিৰ বাবেই ৱাশ্বিংটন-নতুন দিল্লীৰ সম্পৰ্কও অৱনতি ঘটিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৰ্তমান পৰিস্থিতি স্বাভাৱিক হৈ আছে। অৱশ্যে পুনৰ সংকটৰ দিশে আগবাঢ়িছে। শুকুৰবাৰে অনুষ্ঠিত সাপ্তাহিক সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে আমেৰিকাৰ চিনেটে গৃহীত কৰা বিধেয়কখনৰ বিষয়ে সোধাত কয়, “আমি কি হৈ আছে তাৰ ওপৰত চকু ৰাখিছোঁ। আমি ইয়াৰ পূৰ্বে বহুবাৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ।”

oil1 | ASSAM TIMES POST
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত আমেৰিকাৰ চিনেটত

এই ক্ষেত্ৰত নীতি নিৰ্ভৰ কৰিব ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সামগ্ৰিক শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত। এই কথা উল্লেখ কৰি জয়ছোৱালে লগতে কয়, “এই নীতি সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাৰ্থৰ মনত ৰাখি সিদ্ধান্ত লোৱা হ’ব, ১৪ বিলিয়ন লোকৰ শক্তিৰ প্ৰয়োজনীয়তাক মনত ৰখা হ’ব। আমি এই ক্ষেত্ৰত আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগত আছোঁ।”

উল্লেখ্য যে আমেৰিকাৰ চিনেটত গৃহীত বিধেয়কখনত ৰাছিয়া আৰু ইৰাণৰ বিৰুদ্ধে একাধিক নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিধেয়কখন সপক্ষে ৮৬টা আৰু বিপক্ষে ১২টা ভোটেৰে গৃহীত হয়। এই বিধেয়কখন আইনত পৰিণত হ’লে ট্ৰাম্পে ৰাছিয়া আৰু ইয়াৰ সমৰ্থক দেশসমূহৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিবলৈ সক্ষম হ’ব। ৰাছিয়াৰ পৰা তেল বা গেছ ক্ৰয় কৰাসকলৰ ওপৰত ১০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ পৰা চৰকাৰক ৰেহাই দিয়া হৈছে। কোনো দেশে যদিহে ৰাছিয়াক নিষেধাজ্ঞা এৰাই চলাত সহায় কৰে তেন্তে সেই দেশৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ভাৰতৰ উপৰি ৰাছিয়াৰ শক্তিৰ সৰ্বাধিক ক্ৰেতা দেশসমূহৰ ভিতৰত আছে চীন, শ্লোভাকিয়া, হাংগেৰী আৰু আজাৰবাইজান।

Tags: IndiaUSrelationsRussianOilandGas
Share4Tweet3Send

Related Posts

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

by News Desk
August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

by News Desk
July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

by News Desk
July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

by News Desk
July 31, 2026
50
Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল
National-International

Delhi protest : মোৰ পিতৃক প্ৰহাৰ কৰি প্ৰায় মাৰিয়ে পেলাইছিল, এইবাৰ ন্যায়ৰ দাবীত ওলাই আহিছে যন্তৰ-মন্তৰ প্ৰতিবাদত আহত আৰক্ষীৰ পৰিয়াল

by News Desk
July 31, 2026
50
“Congress Shake-Up: Priyanka Gandhi Removes Uttar Pradesh In-Charge Ahead of 2024 Lok Sabha Elections”
National-International

Priyanka Gandhi । আই আই টি মাদ্ৰাজৰ সঞ্চালকক ‘গো-মূত্ৰ বিশেষজ্ঞ’ বুলি আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ, ২ শতাধিক শিক্ষাবিদৰ গৰিহণা

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx