ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

২জনক সাল-সলনিৰে ৬ নতুন ৰাজ্যপালৰ তালিকাত বিজেপিৰ ২ নেতাঃ নাগালেণ্ডত আৰ এন ৰবিক নিযুক্তিক লৈ প্ৰতিক্ৰিয়া

ASSAM TIMES POST by ASSAM TIMES POST
July 20, 2019
Reading Time: 1 min read
A A
0
২জনক সাল-সলনিৰে ৬ নতুন ৰাজ্যপালৰ তালিকাত বিজেপিৰ ২ নেতাঃ নাগালেণ্ডত আৰ এন ৰবিক নিযুক্তিক লৈ প্ৰতিক্ৰিয়া

RELATED POSTS

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

ASSAM TIMES POST,নতুন দিল্লীঃ কেন্দ্ৰই শনিবাৰে ৬ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে। সেই অনুসৰি মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে লালজী টেণ্ডুন, উত্তৰ প্ৰদেশত আনন্দিবেন পেটেল, পশ্চিম বংগত জগদ্বীপ ধানখাৰ, বিহাৰত ফাগু চৌহান, নাগালেণ্ডত আৰ এন ৰবি আৰু ত্ৰিপুৰাত ৰমেশ বাইছক নিযুক্তি দিয়া হয়। মধ্য প্ৰদেশৰ নতুন ৰাজ্যপাল লালজী টেণ্ডুনে ইয়াৰ পূৰ্বলৈকে বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

একেদৰে উত্তৰ প্ৰদেশৰ নৱ নিযুক্ত ৰাজ্যপাল আনন্দিবেন পেটেলো ইয়াৰ পূৰ্বলৈকে আছিল মধ্য প্ৰদেশৰ ৰাজ্যপাল। তাৰো পূৰ্বে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। অৰ্থাৎ উক্ত দুয়োকে সাল-সলনিৰে নিযুক্তি দিয়া হৈছে। আনহাতে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধানখাৰ হ’ল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ফাগু চৌহান হ’ল ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। আকৌ নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা আৰ এন ৰবি হৈছে নগা শান্তি আলোচনাৰ মুখ্য মধ্যস্থতাকাৰী। ইপিনে নৱনিযুক্ত ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বাইছ হৈছে বিজেপিৰ এজন কাৰ্যকৰ্তা।

ৰাষ্ট্ৰপতি ভৱনৰ এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ পাইছে। প্ৰসংগক্ৰমে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে আৰ এন ৰবিক নিযুক্তি প্ৰদান কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ বিদ্ৰোহী সমস্যা নিৰ্মূল কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰৰে বিদ্ৰোহী সংগঠনসমূহৰ মাজত শান্তি আলোচনা আগবঢ়াই নিছিল ৰবিয়ে। তেওঁ ইতিমধ্যে কেবাবাৰো নাগালেণ্ড ভ্ৰমণ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
52
ADVERTISEMENT
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
50
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

October 18, 2026
50
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

October 18, 2026
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

October 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d