ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Karbi Hemtun inaugurated in Shillong I শ্বিলঙত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ৰ উপস্থিতিত কাৰ্বি ভৱন উদ্ধোধন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
September 13, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

২০২০ চনত নিৰ্মান আৰম্ভ হোৱা কাৰবি ভৱন (Karbi Bhawan)টো (হেমতুন) মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ (Meghalaya Chief Minister Conrad Sangma) উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুভ উদ্ধোধন (Himanta Biswa Sarma’s auspicious opening) কৰে ৷ এই উদ্ধোধনী কাৰ্যসূচীত ত্ৰিপুৰা মথাৰ শীৰ্ষ নেতা প্ৰদ্যুৎ দেৱ বৰ্মা, মেঘালয়ৰ তিনিখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে, গাৰো, জয়ন্তীয়া আৰু খাছী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য উপস্থিত থাকে৷ 

 কাৰ্বি ভৱন উদ্ধোধন
শ্বিলঙত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ৰ উপস্থিতিত কাৰ্বি ভৱন উদ্ধোধন:

সভাত ভাষণ প্ৰদান কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কয় যে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আজি ইয়াত এক গোট কৰালে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷আজি এই অনুষ্ঠান ক্ষুদ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ পৰ্যৱেসিত হ’ল বুলিও চাংমাই মন্তব্য কৰে৷ এয়া ঐক্যতাৰ লগতে ভাতৃত্ববোধৰ উজ্জল নিদৰ্শন বুলিও মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিহিত কৰে৷

অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে, আজি আমাৰ দুইগৰাকীৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ বিভিন্ন সমস্যাকলৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছে ৷ ইয়াৰে বহু সমস্যা সমাধান হৈছে আৰু বহু সমাধান হোৱাৰ পথত বুলিও তেওঁ মন্তব্য কৰে ৷

আজিৰ এই অনুষ্ঠানৰ সফলতাৰ বাবে তেওঁ ডঃ তুলিৰাম ৰংহাঙক বিশেষ ধন্যবাদ জ্ঞাপন কৰে৷ স্বায়ত্তশাসিত পৰিষদসমূহক এইদৰে একত্ৰিত হৈ কৃষ্টি-সংস্কৃতি আদান প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে আমাৰ উৎপত্তি, বুৰঞ্জী আৰু অতীতক সদায় স্মৰণ কৰি আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰে ৷

kbp1 0 | ASSAM TIMES POST

আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই আজিৰ এই সফলতাৰ বাবে তুলিৰাম ৰংহাঙ ধন্যবাদৰ পাত্ৰ বুলি আখ্যা দিয়ে ৷ মেঘালয় আৰু অসম ককাই-ভাই বুলি অভিহিত কৰি ইয়াৰ বাবে আজি শ্বিলঙত (In Shillong) এই কাৰবি ভৱন স্থাপিত হ’বলৈ পালে বুলি কয় ৷ অসমৰ ষষ্ঠ অনুসূচী অন্তৰ্ভূক্ত এলেকাসমূহ বৰ্তমান প্ৰভূত উন্নয়ন হোৱা বুলি দাবী কৰি আগন্তক দিনতো এই উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ৷

অসম আৰু মেঘালয়ৰ মাজত সুন্দৰ আলোচনা হৈছে বুলি উল্লেখ কৰি দুয়োখন ৰাজ্যৰ মাজত বহুত সমস্যা সমাধান হোৱা বুলি দাবী কৰে ৷ দুয়োখন ৰাজ্য যুগ যুগ ধৰি মিত্ৰহৈ থাকিব বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এক গোট কৰিলে আৰু পূৰ্বাঞ্চলৰ সকলো ৰাজ্য এতিয়া ৰাজনৈতিকভাৱে সুস্থিৰ৷ যাৰ ফলত আলেচনাৰ জৰিয়তে ৰাজ্যসমূহৰ মাজত এনে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰাটো সম্ভৱপৰ হৈছে ৷

আনহাতে বিগত পাঁচ-ছয় বছৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হিংসা প্ৰায় নিৰ্মুল হৈছে বুলি দাবী কৰি ইয়াৰ বাবে অসম চৰকাৰে আৰ্ম ফৰ্চ স্পেছিয়েল এক্ট সম্পূৰ্ণ প্ৰত্যাহাৰৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনাইছে ৷ অসমৰ উন্নয়নৰ যাত্ৰাক এই কাৰবি ভৱনে আন এক মাত্ৰা প্ৰদান কৰিলে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে৷

Tags: KarbiBhawanInauguratedকাৰ্বিভৱনউদ্ধোধন
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx