ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘সানা’ৰ ইনষ্টাগ্ৰাম পোষ্টক লৈ আলোড়ন : অসত্য দাবী সৌৰভ গাংগুলীৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 19, 2019
Reading Time: 1 min read
A A
0
‘সানা’ৰ ইনষ্টাগ্ৰাম পোষ্টক লৈ আলোড়ন : অসত্য দাবী সৌৰভ গাংগুলীৰ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

সম্প্ৰতি সৌৰভ-কন্যা সানাৰ এটা ইনষ্টাগ্ৰাম পোষ্টে বেচ আলোড়নৰ সৃষ্টি কৰিছে৷ তেওঁৰ পোষ্টটো প্ৰত্যক্ষ কৰি বহুতৰেই মন হয় যে পোষ্টটোৱে দেশৰ বর্তমান অস্থিৰ অৱস্থাৰ দিশলৈকে আঙুলি টোঁৱাব বিচাৰিছে৷ অৱশ্যে বুধবাৰে ভাৰতীয় ক্ৰিকেট বোর্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে সম্পূর্ণ বিষয়টোকে নাকচ কৰে৷নাগৰিকত্ত্ব সংশোধনী আইনক লৈ তেওঁৰ জীয়ৰীয়ে পোষ্ট কৰিছে, এনে অভিযোগক তেওঁ ‘অসত্য’ বুলি আখ্যা দিছে আৰু টুইটযোগে জনাইছে নিজৰ বক্তব্য৷ বিষয়টো সম্পর্কত গাংগুলীয়ে আৰু কয় যে, ৰাজনীতি সম্পর্কে একো জনাৰ বয়স এতিয়াও তেওঁৰ ছোৱালীৰ হোৱা নাই, গতিকে তেওঁক এই বিষয়ৰ পৰা দূৰৈত ৰখা ভাল৷ গাংগুলীয়ে স্পষ্টভাৱে লিখিছে, “দয়া কৰি এই ধৰণৰ বিষয়ৰ পৰা সানাক দূৰৈত ৰাখক… এই পোষ্টটো সত্য নহয়… ৰাজনীতি সম্পর্কে জনাৰ বয়স এতিয়াও তেওঁৰ হোৱা নাই৷”

sana2 | ASSAM TIMES POST

উল্লেখ্য যে মঙলবাৰে সৌৰভ দুহিতা, ১৮ বছৰীয়া সানাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটি স্নেপশ্বট হঠাতে ব্যাপকভাৱে ভাইৰেল হৈ পৰে৷ উক্ত পোষ্টটোত সানাই খুশৱন্ত সিঙৰ গ্ৰন্থ ‘দ্য এণ্ড অব্‌ ইণ্ডিয়া’ৰ পৰা এটি অংশ শ্বেয়াৰ কৰে আৰু উক্ত পোষ্টটোক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা বুলি অনেকেই মন্তব্য কৰি শ্বেয়াৰ কৰে৷

উল্লেখ্য যে সানাই উক্ত গ্ৰন্থখনৰ পৰা দাঙি ধৰা অংশখিনিৰ অর্থ এনে ধৰণৰ, “প্ৰতিখন ফেচিষ্ট চৰকাৰৰ একোটা দল বা গোষ্ঠীৰ প্ৰয়োজন হয়৷ নিজে গঢ়ি উঠাৰ বাবে তেওঁলোকে সেই দল বা গোষ্ঠীসমূহক ব্যৱহাৰ কৰি তেওঁলোকক চয়তানলৈও পৰিণত কৰে৷ দুই-এটা দলক লৈয়ে এইটো আৰম্ভ হয়৷ কিন্তু সেইটো কেতিয়াও তাতেই শেষ নহয়৷ ঘৃণাৰ ওপৰত নির্ভৰ কৰে যি আন্দোলন, সেই আন্দোলনত নিজকে ধৰি ৰাখিব পাৰে অবিৰাম এটা ভয় বা দ্বন্দ্বৰ বাতাৱৰণ সৃষ্টি কৰি৷

Sana | ASSAM TIMES POST

তেওঁ লগতে আৰু লিখিছে, “আজি যিসকলে আমাক নিজকে নিৰাপদ অনুভৱ কৰিছে, ভাবিছে আমিতো মুছলমান বা খ্ৰীষ্টান নহয়, তেওঁলোকে মূর্খৰ স্বর্গত বাস কৰিছে৷ সংঘই ইতিমধ্যে বাওঁপন্থী ইতিহাসবিদ আৰু পশ্চিমীয়া সংস্কৃতিত বিশ্বাসী যুৱ সমাজক টার্গেট কৰিছে৷ কাইলৈ তেওঁলোকৰ ঘৃণা বিয়পি পৰিব স্কার্ট পৰিহিতা মহিলা, যিসকলে মাংস খায়, মদ্যপান কৰে, বিদেশী চিনেমা চায়,বছৰি তীর্থ ভ্ৰমণ নকৰে দাঁতনৰ পৰিৱর্তে টুথপেষ্ট ব্যৱহাৰ কৰে, আয়ুর্বেদিকৰ পৰিৱর্তে এলোপেথিক ঔষধ ব্যৱহাৰ কৰে, দেখা-দেখি হ’লেই ‘জয় শ্ৰীৰাম’ কোৱাৰ পৰিৱর্তে কৰমর্দন কৰে বা চুম্বন কৰে তেওঁলোকৰ ওপৰত৷ কোনো নিৰাপদ নহয়৷ ভাৰতক বচাবলৈ হ’লে এইসমূহ আমি গভীৰভাৱে অনুধাৱন কৰিব লাগিব৷”

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

by News Desk
April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

by News Desk
April 30, 2026
50
Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট
National-International

Donald Trump : স্বাধীনতাৰ ২৫০ বছৰ স্মৃতিত আমেৰিকান নাগৰিকক দিব ট্ৰাম্পৰ ফটো থকা নতুন পাছপ’ৰ্ট

by News Desk
April 30, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

Donald Trump । হৰমুজ প্ৰণালীক ‘ট্ৰাম্প প্ৰণালী’ হিচাপে স্বীকৃতি, পশ্চিম এছিয়াত পুনৰ অশান্তিৰ ডাৱৰ

by Staff Reporter
April 30, 2026
50
‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী
National-International

‎ৰজা চাৰ্লছক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ উৎসাহিত কৰিম: নিউয়ৰ্ক চিৰ মেয়ৰ জোহৰান মামদানী

by Staff Reporter
April 30, 2026
50
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx