ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

SBI offers relief to loan borrowers in Manipur I মণিপুৰবাসীক সকাহ ষ্টেট বেংকৰ, ঋণ লওঁতাক ১২ মাহৰ ইএমআইৰ পৰা ৰেহাই

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2023
Reading Time: 1 min read
A A
0
SBI offers relief to loan borrowers in Manipur I মণিপুৰবাসীক সকাহ ষ্টেট বেংকৰ, ঋণ লওঁতাক ১২ মাহৰ ইএমআইৰ পৰা ৰেহাই

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

কোভিডৰ সময়ত সমগ্ৰ দেশৰ বাবে সুবিধা প্ৰদান কৰা ভাৰতীয় ষ্টেট বেংকে (State Bank of India) এইবাৰ অশান্ত মণিপুৰৰ বাবে পদক্ষেপ গ্ৰহণ (Steps to be taken for Manipur) কৰিছে। বেংকৰ ঋণ লোৱাসকলে এবছৰৰ বাবে কোনো ইএমআই দিব নালাগে (No EMI should be paid for one year)। এই সন্দৰ্ভত বৃহস্পতিবাৰে এছবিআয়ে প্ৰকাশ কৰিছে এক অধিসূচনা। ইয়াত কোৱা হৈছে যে এই সুবিধা অহা ১২ মাহৰ বাবে লাভ কৰিব পাৰিব। কিন্তু যিসকলৰ একাউণ্ট ইতিমধ্যে বেংকে নন-পাৰফৰ্মিং এচেট বুলি ঘোষণা কৰিছে তেওঁলোকে এই সুবিধা নাপাব।

যোৱা মেʼ মাহৰ পৰা মণিপুৰত জনজাতীয় সংঘাতৰ সৃষ্টি হৈ আছে।উত্তৰ-পূবৰ ৰাজ্যখনত সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০ জন। হিংসাৰ বাবে প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

মণিপুৰবাসীক সকাহ
মণিপুৰবাসীক সকাহ ষ্টেট বেংকৰ,

অৱশ্যে ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দাবী কৰিছে, মণিপুৰ ক্ৰমান্বয়ে শান্ত হৈছে। স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা ভাষণ দি মোডীয়ে কয় যে মণিপুৰকে ধৰি বিভিন্ন স্থানত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে সেয়া দুখজনক। মণিপুৰৰ মহিলাসকলৰ ওপৰত তীব্ৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। কিন্তু বিগত কিছুদিনত পুনৰ ৰাজ্যখনত শান্তি ঘূৰি আহিছে। দেশ মণিপুৰৰ লগত আছে। শান্তি বজাই ৰাখিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰিব।

ইয়াৰ ঠিক পিছতেই দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকটোৱে মণিপুৰবাসীক এই সুখবৰটো দিয়ে। অশান্তিৰ পৰিৱেশত মণিপুৰৰ বহু লোকৰ উপাৰ্জন বন্ধ হৈ পৰিছে। ৰাজহুৱা জীৱনত স্বাভাৱিক ছন্দৰ অভাৱত ব্যৱসায়ীসকলো ক্ষতিগ্ৰস্ত হয়। এনে পৰিস্থিতিত ষ্টেট বেংকে কৰা ঘোষণাই বহুতেই সকাহ পাব বুলি ধাৰণা কৰা হৈছে। বেংকৰ মতে, যিসকলে এই সুবিধা লʼব বিচাৰে, আগষ্ট মাহৰ ভিতৰত আবেদন কৰিব লাগে। আশা কৰা হৈছে যে এছবিআইৰ এই ঘোষণাৰ পাছত আন বেংকেও মণিপুৰবাসীৰ বাবে এনেধৰণৰ আৰ্থিক সমাধান বিচাৰিব পাৰে।

Tags: SBIManipurষ্টেটবেংকমণিপুৰ
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx