ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam Governor visits in Diphu I ডিফুত উন্নয়নৰ খতিয়ান ল’বলৈ এদিনীয়া কাৰ্যসূচীলৈ ৰাজ্যপাল কাটাৰিয়া

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
August 17, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

আজি পুৱাৰ ভাগতে এদিনীয়া ভ্ৰমণসূচীলৈ পাহাৰীয়াজিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছেহি অসমৰ ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়া (Assam Governor Golavchand Kataria  visits in Diphu)৷ গুৱাহাটীৰ পৰা জেড প্লাছ নিৰাপত্তাৱেষ্টনীৰ মাজত উজনিমুৱা জনশতাব্দী ৰে’লৰ জৰিয়তে পুৱা ১০ মান বজাত ডিফু ৰে’ল ষ্টেছনত উপস্থিত হয় ৰাজ্যপালগৰাকী৷ ডিফু ৰে’ল ষ্টেছনত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ নেতৃত্বত টীম কাৰবি আংলঙে ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়াক উষ্ম আদৰণি জনায়৷

ডিফুত উন্নয়নৰ খতিয়ান ল'বলৈ এদিনীয়া কাৰ্যসূচীলৈ ৰাজ্যপাল কাটাৰিয়া

ইয়াৰ পিছত ডিফু ৰে’লৱে চৌহদত আৰক্ষীৰ জৰিয়তে প্ৰদৰ্শন কৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে৷ ইয়াৰ পিছৰ কাৰ্যসূচী অনুসৰি ক্ৰমে, ৰাজ্যপালগৰাকীয়ে ডিফুত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আইন-শৃংখলাৰ এক মিটিঙত অংশগ্ৰহণ কৰাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, সাংসদ, বিধায়ক আৰু পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া-কৰ্মীৰ সৈতে চৰকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰণ আলোচনাত মিলিত হয়৷

ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ডিফুত উপস্থিত হোৱা ৰাজ্যাপাল কাটাৰিয়াই কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নেতৃত্ব আৰু বিষয়াসকলৰ লগত জিলাখনৰ প্ৰগতিৰ খতিয়ান লয়৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ সঠিকভাবে ৰূপায়িত হৈছে নে নাই তাৰো তেওঁ বিষয়াসকলৰ পৰা আৰু হিতাধিকাৰীৰ পৰা বুজ লয়৷  লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগত তেওঁ কিছু সময় আলোচনা কৰে৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যপাল গৰাকীয়ে উন্নয়ন সঠিক দিশতে হোৱা বুলি কয়৷

Goverp1 1 | ASSAM TIMES POST

আনহাতে ৰাজ্যৰ সমষ্টি পুণৰগঠন নিৰ্বাচন আয়োগৰ কৰ্তৃত্বৰ বিষয় বুলি মন্তব্য কৰে ৷ সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰাৰ লগতে স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীটো পুৰণি আৰু আলোচনা চলি থকা  বুুলি মন্তব্য কৰে ৷

ইয়াৰ পিছত ৰাজ্যপাল গৰাকীয়ে পৰিষদৰ গেষ্ট হাউছত জিৰণি লোৱাৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হৈ পুণৰ নামনিমুৱা জনশতাব্দী ৰেলযোগে গুৱাহাটীলৈ যায় বুলি জানিব পৰা গৈছে৷

আনহাতে ৰাজ্যৰ সমষ্টি পুণৰগঠন নিৰ্বাচন আয়োগৰ কৰ্তৃত্বৰ বিষয় বুলি মন্তব্য কৰে৷ সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰাৰ লগতে স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীটো পুৰণি আৰু আলোচনা চলি থকা বুলি মন্তব্য কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuGovernorKatariaডিফুৰাজ্যপালগোলাৱচান্দকাটাৰিয়া
Share7Tweet4Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
55
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
57
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d