ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chief Minister Bhupesh Baghel I ধৰ্ষণৰ অভিযুক্তই নাপায় চৰকাৰী চাকৰি, স্বাধীনতা দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
August 15, 2023
Reading Time: 1 min read
A A
0
Chief Minister Bhupesh Baghel I ধৰ্ষণৰ অভিযুক্তই নাপায় চৰকাৰী চাকৰি, স্বাধীনতা দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

ছত্তীশগড়ত (Chhattisgarh) মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য। শিশু আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে (Chief Minister Bhupesh Baghel)। মঙলবাৰে স্বাধীনতা দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত বাঘেলে কয় যে শিশু আৰু মহিলাৰ ওপৰত ধৰ্ষণকে ধৰি বিভিন্ন অপৰাধৰ অভিযোগত অভিযুক্তসকলৰ বাবে চৰকাৰী চাকৰিৰ দুৱাৰ বন্ধ (Government job doors closed for rape accused of children and women) থাকিব।

ধৰ্ষণৰ অভিযুক্তই নাপায় চৰকাৰী চাকৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ঘোষণা
ধৰ্ষণৰ অভিযুক্তই নাপায় চৰকাৰী চাকৰি, স্বাধীনতা দিৱসত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

কংগ্ৰেছশাসিত ৰাজ্যখনত চলিত বৰ্ষৰ শেষত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে স্বাধীনতা দিৱসৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী বাঘেলে কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে।তেওঁ কয় যে তেওঁৰ চৰকাৰে ৰাজ্যত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা, তেওঁলোকৰ সন্মান আৰু মৰ্যাদা ৰক্ষা কৰাত অগ্ৰাধিকাৰ দিছে। ছোৱালী আৰু মহিলাৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন আৰু অন্যান্য অপৰাধৰ অভিযোগত অভিযুক্তসকলক চৰকাৰী সেৱাৰ পৰা নিষিদ্ধ কৰা হʼব বুলি সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে সমগ্ৰ দেশতে মহিলাৰ ওপৰত হোৱা হিংসাৰ পৰিসংখ্যাত যোৱা কেইবছৰমানৰ পৰা চত্তীশগড়ত কিছু আশাৰ পোহৰ দেখা গৈছে। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (এনচিআৰবি) এক অধ্যয়ন অনুসৰি, ২০১৮ চনত মহিলাৰ ওপৰত হোৱা হিংসাৰ ক্ষেত্ৰত ৰাজ্যখনে দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছিল। কিন্তু ২০২১ চনত ছত্তীশগড় ১১ নম্বৰ স্থানলৈ অৱনমিত হয়।

Tags: ChhattisgarhCMChiefMinisterBhupeshBaghelছত্তীশগড়মুখ্যমন্ত্ৰীভূপেশবাঘেল
Share4Tweet3Send

Related Posts

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT