ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Security heightened in Manipur I স্বাধীনতা দিৱসৰ পূর্বে মণিপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 14, 2023
Reading Time: 1 min read
A A
0
Security heightened in Manipur I  স্বাধীনতা দিৱসৰ পূর্বে মণিপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

হিংসাৰ মাজতে মণিপুৰৰ (Manipur) ৰাজধানী ইম্ফলত স্বাধীনতা দিৱস (Independence Day Celebration) উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। স্বাধীনতা দিৱসৰ পেৰেডৰ আখৰা আৰম্ভ হৈছে অস্থায়ী লোহাৰ দেৱাল স্থাপন আৰু হৰ্ডিং লগাই। বিগত চাৰে তিনিমাহ ধৰি অস্থিৰ হৈ পৰা ৰাজ্যখনত তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

স্বাধীনতা দিৱস
স্বাধীনতা দিৱসৰ পূর্বে মণিপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা:

আনহাতে, দেওবাৰে মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ ৫খন জিলাত তালাচী চলাই কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত অন্যতম ৰাজধানী ইম্ফল। বিষ্ণুপুৰৰ উপৰি চুৰাচান্দপুৰ, থুবাল, পূৱ আৰু পশ্চিম ইম্ফলতো তালাচী চলোৱা হয়। শনিবাৰৰ পৰা দেওবাৰৰ ভিতৰত এই পাঁচখন জিলাৰ পৰা ১২টা আগ্নেয়াস্ত্ৰ, বহু গুলী আৰু ৮টা বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি এই পাঁচখন জিলাৰ পৰা প্ৰায় ২৭ কেজি ওজনৰ ২৫ পেকেট আফিং উদ্ধাৰ কৰে।

ইম্ফলৰ উপৰি এই পাঁচখন জিলাৰ ভিতৰত চুৰাচান্দপুৰতো দেওবাৰৰ পৰা স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰম্ভ হয়। শনিবাৰে ইয়াৰ টুইবং অঞ্চলৰ শান্তি ময়দানত স্বাধীনতা দিৱসৰ অনুশীলনৰ আয়োজন কৰা হয়। তাত বিএছএফৰ পৰা মণিপুৰ আৰক্ষী, ছাত্ৰ-ছাত্ৰী আৰু আছাম ৰাইফলছে অংশগ্ৰহণ কৰে। নিৰাপত্তাৰ বাবে জিলাখনত অসংখ্য তালাচী চকী স্থাপন কৰা হৈছে। বিগত কিছুদিনত আইন অমান্য কৰাৰ অপৰাধত ১৫৮০ জন লোকক আটক কৰা হৈছে।

ইফালে মণিপুৰৰ বহু উগ্ৰপন্থী সংগঠনে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত স্বাধীনতা দিৱসৰ দিনা ধৰ্মঘটৰ আহ্বান জনাইছে। মণিপুৰ সমন্বয় সমিতিৰ বহু অবৈধ সংগঠনেও স্বাধীনতা দিৱসৰ দিনা পুৱা ১ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে।

এই সমন্বয় সমিতিৰ ভিতৰত আছে মণিপুৰৰ ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (ইউএনএলএফ), পিপলছ লিবাৰেচন আৰ্মি (পিএলএ) আৰু প্ৰিপক। ইয়াৰ উপৰি দুটা নিষিদ্ধ সংগঠনেও অহা ১৫ আগষ্টত ৰাজ্যজুৰি বন্ধৰ আহ্বান জনাইছে।

Tags: কটকটীয়া নিৰাপত্তা ব্যৱস্থাস্বাধীনতা দিৱসৰ পূর্বে মণিপুৰত
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ
NORTHEAST

প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ

by Staff Reporter
April 21, 2026
50
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ
NORTHEAST

পুনৰ অগ্নিগৰ্ভ মণিপুৰ

by Staff Reporter
April 20, 2026
50
Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়
NORTHEAST

Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়

by News Desk
April 17, 2026
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx