ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

এইবাৰ চন্দ্ৰ অভিযানত ৰাছিয়াও, চন্দ্ৰযানক পিছপেলাব লুনাই

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2023
Reading Time: 1 min read
A A
0
এইবাৰ চন্দ্ৰ অভিযানত ৰাছিয়াও, চন্দ্ৰযানক পিছপেলাব লুনাই

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান-৩ক (Chandrayaan-3) লৈ চৰ্চা চৰ্চা চলি থকাৰ মাজতে ৰাছিয়াইও চন্দ্ৰৰ দৌৰত (Russia is also in the race for the moon) যোগদান কৰিছে। পাঁচ দশকৰ পাছত তেওঁলোকেও নিজৰ লেণ্ডাৰ চন্দ্ৰলৈ পঠিয়াইছে। ৰাছিয়াৰ লুনা-২৫ চন্দ্ৰযান শুকুৰবাৰে ৰাছিয়াৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা চন্দ্ৰলৈ উৰা মাৰে (Russian Luna-25 takes off to the moon on Friday)। গন্তব্যস্থান চন্দ্ৰৰ দক্ষিণ মেৰু।

চন্দ্ৰৰ দক্ষিণ মেৰুৰ দিশে আগবাঢ়িছে ভাৰতৰ চন্দ্ৰযান-৩। কিন্তু ভাৰতক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে ৰাছিয়াৰ লেণ্ডাৰ। ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকৰ লেণ্ডাৰখন চন্দ্ৰযান-৩ৰ প্ৰায় একে সময়তে চন্দ্ৰত অৱতৰণ কৰাৰ কথা। সেই ক্ষেত্ৰত কোনে প্ৰথমে দক্ষিণ মেৰুত উপনীত হয়, কাৰ অভিযান সফল হয়, ইতিমধ্যে তাৰ প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি হৈছে।

chandra1 | ASSAM TIMES POST

ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে দাবী কৰিছে যে উৎক্ষেপণৰ পাঁচ দিনৰ ভিতৰত লুনা-২৫ চন্দ্ৰৰ কক্ষপথত উপনীত হʼব। ইয়াৰ পিছত চন্দ্ৰৰ কক্ষপথেৰে দক্ষিণ মেৰুত উপনীত হʼবলৈ আৰু পাঁচৰ পৰা সাত দিন লাগিব।

লগতে ৰাছিয়াই উল্লেখ কৰিছে যে ৰাছিয়াৰ লেণ্ডাৰখনে ভাৰতৰ চন্দ্ৰ অভিযানৰ বাটত অৱতৰণৰ সময় প্ৰায় একে হোৱাৰ পিছতো কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। লগতে চন্দ্ৰযান-৩ আৰু লুনা-২৫ৰ সংঘৰ্ষৰ সম্ভাৱনাও নাই।

চন্দ্ৰযান-৩ৰ পূৰ্বে যদি লুনা-২৫ চন্দ্ৰৰ অন্বেষিত দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিব পাৰে তেন্তে ইতিহাস ৰচনা হʼব। দক্ষিণ মেৰুলৈ সফল অভিযানৰ কৃতিত্ব সেই ক্ষেত্ৰত ৰাছিয়ালৈও যাব।

Tags: Chandrayaan3Luna-25চন্দ্ৰযান৩লুনা২৫
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx