ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

ISRO’s Chandrayaan-3 I ক্ৰমান্বয়ে লক্ষ্যৰ দিশে চন্দ্ৰযান-৩, দ্বিতীয় কক্ষপথো নিৰ্বিঘ্নে সলনি

নিউজ ডেস্কঃ

News Desk by News Desk
August 9, 2023
Reading Time: 1 min read
A A
0
ISRO’s Chandrayaan-3 I ক্ৰমান্বয়ে লক্ষ্যৰ দিশে চন্দ্ৰযান-৩, দ্বিতীয় কক্ষপথো নিৰ্বিঘ্নে সলনি

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST
ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ চন্দ্ৰযান-৩ (ISRO’s Chandrayaan-3) চন্দ্ৰৰ মহাকৰ্ষণীয় টানত আন এক কক্ষপথ অতিক্ৰম কৰিলে। বুধবাৰে বিয়লি দ্বিতীয়টো কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। চন্দ্ৰৰ পৰা চন্দ্ৰযান-৩ৰ দূৰত্ব এতিয়া মাত্ৰ ১,৪৩৭ কিলোমিটাৰ।

বুধবাৰে বিয়লি ইছৰোৱে টুইটযোগে চন্দ্ৰযান-৩ চন্দ্ৰৰ ওচৰ পোৱাৰ খবৰটো প্ৰকাশ কৰে। ইয়াৰ কক্ষপথ আৰু অলপ কমি গৈছে। মহাকাশযানখন বৰ্তমান ১৭৪ কিলোমিটাৰ X ১৪৩৭ কিলোমিটাৰ কক্ষপথত আছে। চন্দ্ৰযান-৩ উক্ত কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। অৰ্থাৎ চন্দ্ৰত উপনীত হʼবলৈ আৰু ১৪৩৭ কিলোমিটাৰ (Another 1437 km to reach the moon ) অতিক্ৰম কৰিব লাগিব।

 চন্দ্ৰযান-৩,
ক্ৰমান্বয়ে লক্ষ্যৰ দিশে চন্দ্ৰযান-৩, দ্বিতীয় কক্ষপথো নিৰ্বিঘ্নে সলনি

চন্দ্ৰত উপনীত হʼবলৈ ইছৰোৱে চন্দ্ৰযান-৩ৰ কক্ষপথ মুঠ পাঁচবাৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ প্ৰথম কক্ষপথ পৰিৱৰ্তন হৈছিল যোৱা দেওবাৰে। ইয়াৰ পিছত বুধবাৰে ইছৰোৰ চন্দ্ৰযানে দ্বিতীয় কক্ষপথো অতিক্ৰম কৰে।

হিচাপ কৰা মতে আৰু তিনিটা কক্ষপথ বাকী আছে। সেইকেইটাত সফলতা লাভ কৰাৰ পিছতহে ইছৰোৱে চন্দ্ৰক ‘স্পৰ্শ’ কৰিবলৈ সক্ষম হʼব।ইছৰোৰ তথ্য অনুসৰি, চন্দ্ৰযান-৩ৰ পৰৱৰ্তী কক্ষপথ পৰিৱৰ্তন হʼব ১৪ আগষ্টত, পুৱা ১১.৩০ বজাৰ পৰা নিশা ১২.৩০ বজাৰ ভিতৰত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Chandrayaan-3চন্দ্ৰযান-৩
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

by News Desk
January 17, 2026
55
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
58
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
55
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
55
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
57
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
57
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d