ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Supreme Court has blatantly alleged that the constitutional machinery has completely broken down in Manipur I মণিপুৰত সম্পূৰ্ণৰূপে ভাঙি পৰিছে আইন-শৃংখলা : উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
August 1, 2023
Reading Time: 1 min read
A A
0
Supreme Court has blatantly alleged that the constitutional machinery has completely broken down in Manipur I মণিপুৰত সম্পূৰ্ণৰূপে ভাঙি পৰিছে আইন-শৃংখলা : উচ্চতম ন্যায়ালয়

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

প্ৰায় তিনিমাহ ধৰি জ্বলি আছে মণিপুৰ। যাৰ বাবে বৰ্তমান সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছে। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে পি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে বিগত দুমাহত ৰাজ্যখনত সাংবিধানিক গাঁথনি, আইন-শৃংখলা সম্পূৰ্ণৰূপে ভাঙি পৰিছে (Supreme Court has blatantly alleged that the constitutional machinery has completely broken down in Manipur)। পৰিস্থিতিৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে আৰক্ষীয়ে।

মণিপুৰৰ অশান্তিৰ মাজতে পোহৰলৈ আহে এক ভয়ংকৰ ভিডিঅ’। তাত দেখা গʼল দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ঘূৰোৱা হৈছে। অভিযোগ অনুসৰি, আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ যোৱাৰ পিছতো আৰক্ষীয়ে প্ৰথমে অভিযোগ মানি লোৱা নাছিল। অভিযোগ লাভ কৰিলেও কোনো ব্যৱস্থা লোৱা নাছিল।

উচ্চতম ন্যায়ালয়
মণিপুৰত সম্পূৰ্ণৰূপে ভাঙি পৰিছে আইন-শৃংখলা : উচ্চতম ন্যায়ালয়

বিগত কেইমাহমানত বহু অভিযোগ উত্থাপন হৈছে। বহু লোকৰ মৃত্যু হৈছে। ৬ হাজাৰৰো অধিক এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে গ্ৰেপ্তাৰৰ সংখ্যা তুলনামূলকভাৱে কম। সেই প্ৰেক্ষাপটতো মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

manipur 1 1 | ASSAM TIMES POSTআজি উচ্চতম ন্যায়ালয়ে কয় যে এফআইআৰ দাখিল কৰিবলৈ আৰু বিবৃতি লিপিবদ্ধ হʼবলৈ বহু সময় লাগিছিল। একে সময়তে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে মণিপুৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়াক লেহেমীয়া বুলি অভিহিত কৰে। আজি আদালতে কয়, পৰিস্থিতিৰ বিচাৰ কৰিলে দেখা যায় যে মে’ মাহৰ আৰম্ভণিৰ পৰা জুলাই মাহৰ শেষলৈকে ৰাজ্যখনত কোনো আইন-শৃংখলা নাছিল। লগতে জনোৱা হয় যে সোমবাৰে পৰৱৰ্তী শুনানিত মণিপুৰ আৰক্ষীৰ সঞ্চালক প্ৰধান উপস্থিত থাকিব লাগিব।

Tags: ManipurBurigManipurChiefJusticeমণিপুৰজ্বলিছে
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx