ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

আজি পুনৰ ডিফু থানাত হাজিৰ জিতু দাস : আৰক্ষীয়ে মাতিলে আহিব

নিউজ ডেস্কঃ ডিফু :

News Desk by News Desk
July 31, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act

Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

লাচিত গগৈ আৰু মিলন বুঢ়াগোহাইৰ (Lachit Gogoi and Milan Buragohai) ভাইৰেল অডিঅ’ গোচৰ (Viral audio case) সন্দৰ্ভত আজি পুণৰ ডিফু থানালৈ তলৱ কৰে জিতু দাস (Jitu Das)ক ৷ বিজেপিৰ অপসাৰিত নেতা লাচিত গগৈ আৰু সদৌ তাই আহোম ছাত্ৰ সন্হাৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোঁহাইৰ ভাইৰেল অডিঅ’ৰ কঁপনি আজিও ৰাজ্যজুৰি অব্যাহত আছে৷ যিটো অডিঅ’ত বাৰ্মিজ চুফাৰিৰ ছিণ্ডিকেট (Burmese Sufari’s syndicate) চলোৱাৰ বাবে ১২ লাখ টকা কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia, SP) আৰু ২ লাখ টকা গোলাঘাটৰ আৰক্ষী অধীক্ষকক দিয়াৰ কথা লাচিত গগৈয়ে কৈছিল ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক বহু টকা দিয়াৰ বিষয়ে উল্লেখ আছিল৷ সেই সূত্ৰে জিতু দাসক ডিফু আৰক্ষীয়ে ২৬ জুলাইত মাতি আনি নিশা ১১ বজালৈকে জেৰা কৰি যাবলৈ দিছিল৷ আজি তেওঁক পুণৰ ডিফু থানাত হাজিৰ হ’বলৈ কোৱা হৈছিল ৷ উল্লেখ্য যে ভৱেশ কলিতা আৰু জিতু দাস দুয়ো গৰাকীয়ে তেওঁ ব্যক্তিগত সহায়ক নহয় বুলি কৈছিল৷ বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়েও একপ্ৰকাৰ জিতু দাসক ক্লিনছিট দিছিল৷ আজি দুপৰীয়া জিতু দাস পুণৰ ডিফু থানাত হাজিৰ ৷ আৰক্ষীয়ে জিতু দাসক আজি যাবলৈ দিয়ে।

Jitu Dasp1 | ASSAM TIMES POST

সংবাদ মাধ্যমৰ আগত জিতু দাসে কয় যে তেওঁ আৰক্ষীক সহযোগ কৰিবলৈ আহিছিল৷ তেওঁক আকৌ যেতিয়া মাতিব পুণৰ আহিব৷ তেওঁ কোনো ছিণ্ডিকেটৰ লগত জড়িত নহয় বুলি কোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ ব্যক্তিগত সচিব নহয় বুলে কয়৷ তেওঁ বিজেপি দলৰ কাৰ্যকতাহে৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই দিয়া গোচৰৰ ভিত্তিত ১৫ লাখ টকা দিয়া বিজেপি নেতা লাচিত গগৈ এতিয়া ডিফু জেলৰ অতিথি। কিন্তু ছিণ্ডিকেট চলোৱাৰ বাবে আৰক্ষীক মেনেজ কৰাৰ বাবে দায়িত্ব লোৱা মিলন বুঢ়াগোহাঁই কিন্তু এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই৷ তেওঁ বিদেশ চফৰ কৰি আহি এতিয়া জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ কাষ চাপিছে ৷ একেদৰে মিলন বুঢ়াগোহাঁইৰ পৰা ধন লৈ আৰক্ষী অধীক্ষকক মেনেজ কৰি দিয়াৰ দায়িত্ব লোৱা বোকাজানৰ দুই সাংবাদিকো এতিয়াও পলাতক হৈ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: JituDasViralaudiocaseজিতুদাসভাইৰেলঅডিঅ'
Share7Tweet4Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

by ASSAM TIMES POST
February 8, 2026
55
Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act
KARBI ANGLONG

Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act

by ASSAM TIMES POST
February 7, 2026
53
Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত
KARBI ANGLONG

Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

by News Desk
February 4, 2026
58
Major drug bust at Khatkhati Naka ,two arrested
KARBI ANGLONG

Major drug bust at Khatkhati Naka ,two arrested

by ASSAM TIMES POST
January 23, 2026
59
ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু
KARBI ANGLONG

ডিফুৰ সমীপৰ ডিছামাত কুঁৱা খান্দিবলৈ গৈ তিনি শ্রমিকৰ কৰুণ মৃত্যু

by Staff Reporter
January 21, 2026
59
Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:
KARBI ANGLONG

Karbi Anglong District Administration Steps Up With Confident Review Ahead of 2026 Elections:

by ASSAM TIMES POST
January 20, 2026
51
ADVERTISEMENT
ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা
National-International

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

February 15, 2026
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৭৬২ কোটি টকা ব্যয়

February 15, 2026
50
৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা
National-International

৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

February 15, 2026
50
Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী
Guwahati

Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী

February 14, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

February 15, 2026
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৭৬২ কোটি টকা ব্যয়

February 15, 2026
৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

February 15, 2026

Categories

ALL NEWS (17417) Artificial Intelligence (3) Assam (13931) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2065) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) National-International (11519) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (3) Sports News (508) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (2)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d