ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

CBI files FIR in Manipur sexual violence case I মণিপুৰত মহিলা নিৰ্যাতন গোচৰত চিবিআইৰ এফআইআৰ দাখিল

নিউজ ডেস্কঃ

News Desk by News Desk
July 29, 2023
Reading Time: 1 min read
A A
0
CBI files FIR in Manipur sexual violence case I মণিপুৰত মহিলা নিৰ্যাতন গোচৰত চিবিআইৰ এফআইআৰ দাখিল

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

মণিপুৰত দুগৰাকী মহিলাক উলংগ (Women naked in Manipur) কৰি ঘূৰোৱাৰ গোচৰত চিবিআয়ে এফআইআৰ দাখিল (CBI files FIR in Manipur sexual violence case) কৰিছে। সংবাদ সংস্থা এএনআই সূত্ৰত শনিবাৰে এই কথা প্ৰকাশ। বৃহস্পতিবাৰে হিংসাত্মক মণিপুৰৰ এই ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৪ মেʼত ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাংপোকোপ্পি জিলাত দুগৰাকী মহিলাক উলংগ কৰি ঘূৰোৱাৰ অভিযোগ উত্থাপন হৈছিল। দলবদ্ধ ধৰ্ষণ হোৱা বুলিও দাবী কৰা হৈছে। কিছুদিন পূৰ্বে এই ঘটনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

মণিপুৰত মহিলা নিৰ্যাতন গোচৰ
মণিপুৰত মহিলা নিৰ্যাতন গোচৰত চিবিআইৰ এফআইআৰ দাখিল:

২৬ ছেকেণ্ডৰ এই ভিডিঅʼটো মুক্তি পোৱাৰ কিছু সময়ৰ পিছতে দেশজুৰি হুলস্থুলৰ সৃষ্টি হয়। এই ঘটনাক বিভিন্ন মহলে গৰিহণা দিয়ে। ইয়াৰ পিছত এজন এজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। নিৰ্যাতনৰ ভিডিঅ’ লোৱা ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ফোনটোও জব্দ কৰা হৈছে।আনহাতে, মণিপুৰত শান্তি ঘূৰাই অনাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী কৰিছে বিৰোধীয়ে।

Manipur1 1 | ASSAM TIMES POSTএই পৰিস্থিতিত ভিডিঅʼটো ওলোৱাৰ লগে লগে নতুনকৈ হুলস্থুলৰ সৃষ্টি হয়। ৭৮ দিনৰ মৌনতাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ বিষয়ত মুখ খোলে। তেওঁ কয় যে এই ঘটনা যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক। অৱশ্যে মণিপুৰৰ ঘটনা সন্দৰ্ভত সদনত প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবী কৰিছে বিৰোধীয়ে। তাৰ মাজতে শনিবাৰে উত্তৰ-পূবৰ ৰাজ্যখনত উপস্থিত হয় বিৰোধী মিত্ৰজোট ‘ইণ্ডিয়া’ৰ সাংসদসকল।

Tags: CBIFIRManipurManipurWomennakedCBIচিবিআইএফআইআৰমণিপুৰ
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx