ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Chandrayaan-3 I উৎক্ষেপণৰ ১০ দিনৰ পিছত ইছৰোৰ চন্দ্ৰযান-৩ৰ অৱস্থান ক’ত?

নিউজ ডেস্কঃ

News Desk by News Desk
July 24, 2023
Reading Time: 1 min read
A A
0
Chandrayaan-3 I উৎক্ষেপণৰ ১০ দিনৰ পিছত ইছৰোৰ চন্দ্ৰযান-৩ৰ অৱস্থান ক’ত?

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

চন্দ্ৰযান-৩ (Chandrayaan-3) উৎক্ষেপণৰ ১০ দিন অতিক্ৰম (10 days past launch) কৰিলে। এই সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ দ্বাৰা নিৰ্মিত মহাকাশযানখনে চন্দ্ৰলৈ যোৱাৰ পথত বহু দূৰ অতিক্ৰম কৰিছে। ইছৰোৰ তথ্য (ISRO data) অনুসৰি, মহাকাশত চন্দ্ৰযান-৩ৰ যাত্ৰা এতিয়ালৈকে সুকলমে চলি আছে। কোনো প্ৰতিবন্ধকতা অহা নাই।

ইছৰোৰ তথ্য অনুসৰি, চন্দ্ৰযান-৩ বৰ্তমান ৭১৩৫১ কিলোমিটাৰ x ২৩৩ কিলোমিটাৰ কক্ষপথত আছে। কিন্তু ই এতিয়াও পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ অধীনতেই আছে। পৃথিৱীৰ টান অতিক্ৰম কৰি চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ এতিয়াও কিছু সময় লাগিব।

ইছৰোৱে মহাকাশত চন্দ্ৰযান-৩ৰ গতি ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছিল। তাৰ ভিতৰত চাৰিওটা পদক্ষেপ সফলতাৰে সম্পূৰ্ণ হৈছে। মাত্ৰ অন্তিম পদক্ষেপটোহে বাকী আছে। চন্দ্ৰযান-৩ সেই খোজটো সফলতাৰে পাৰ হʼলেহে পৃথিৱীৰ মহাকৰ্ষণীয় টানৰ পৰা ওলাই যাব। ২৫ জুলাই, মঙলবাৰে পঞ্চম পৰ্যায়ৰ কাম সম্পূৰ্ণ হʼব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত পঞ্চমবাৰৰ বাবে কক্ষপথ সলনি কৰিব চন্দ্ৰযান-৩।

ইছৰোৰ চন্দ্ৰযান-৩
উৎক্ষেপণৰ ১০ দিনৰ পিছত ইছৰোৰ চন্দ্ৰযান-৩ৰ অৱস্থান ক’ত

ইয়াৰ পূৰ্বে চন্দ্ৰযান-৩য়ে ১৫ জুলাই, ১৬ জুলাই, ১৮ জুলাই আৰু ২০ জুলাইত চাৰিবাৰকৈ কক্ষপথ সলনি কৰিছে। ইছৰোৰ পৰিকল্পনা অনুসৰিয়ে কাম কৰিছে। এতিয়া বিজ্ঞানীসকলে পঞ্চম পদক্ষেপৰ ওপৰত চকু ৰাখিছে।

চন্দ্ৰযান-৩ কক্ষপথেৰে ধাপে ধাপে পৃথিৱীৰ সৈতে দূৰত্ব বৃদ্ধি কৰি আছে। পঞ্চম কক্ষপথ পৰিৱৰ্তনৰ পিছত মহাকাশযানখনে পৃথিৱীৰ পৰা চন্দ্ৰলৈ পৰিবহণ কক্ষপথত প্ৰৱেশ কৰিব। ইয়াৰ পিছত চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে চন্দ্ৰযান-৩ টানিব।

চন্দ্ৰযান-৩ চন্দ্ৰৰ মহাকৰ্ষণীয় টানত পৰাৰ আগতে ইছৰোৰ পৰিকল্পনা অনুসৰি পৃথিৱীৰ কক্ষপথত অলপ বেছি সময় কটায়। এইদৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি মহাকাশযানখনে নিজৰ গতি বৃদ্ধি কৰি আছে। সকলো ঠিকে থাকিলে ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হʼব।

ইছৰোৰ এই অভিযান সফল হʼলে ভাৰতে ছোভিয়েট ইউনিয়ন, আমেৰিকা আৰু চীনৰ পাছত চন্দ্ৰ অভিযানত সফলতাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিব পাৰিব। চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হʼব ভাৰত।

Tags: Chandrayaan-3চন্দ্ৰযান-৩
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য
National-International

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

May 31, 2026
50
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx