ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Congress slams ‘Mehngai Man’ Modi over inflation | মোডীক ‘মেহংগাই মেন’ আখ্যা কংগ্ৰেছৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 5, 2023
Reading Time: 1 min read
A A
0
Congress slams ‘Mehngai Man’ Modi over inflation |  মোডীক ‘মেহংগাই মেন’ আখ্যা কংগ্ৰেছৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

মহিলা কংগ্ৰেছৰ নেত্ৰীসকলৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ (Congress Protest)। শাক-পাচলিৰ পৰা আৰম্ভ কৰি দৈনিক খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ।প্ৰথমতে দিল্লী আৰক্ষীয়ে প্রতিবাদ দমন কৰিবলৈ চেষ্টা কৰা নাছিল যদিও কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) প্ৰতিকৃতি দাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী বিষয়াই মহিলাসকলক আক্ৰমণ কৰে।

Modi
Congress slams ‘Mehngai Man’ Modi over inflation

পৰ্যাপ্ত মহিলা আৰক্ষী নথকাৰ বাবে এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীক এজন পুৰুষ আৰক্ষীয়ে প্ৰহাৰ কৰে। আন এজন ব্যক্তিয়ে মুখত আঘাত পায়। তাৰ পিছত সকলোকে আৰক্ষীৰ ভেনত তোলা হয়।

মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি কংগ্ৰেছে তেওঁক ‘মেহংগাই মেন’ (Mehngai Man) বুলি অভিহিত কৰে। কংগ্ৰেছৰ ছচিয়েল মিডিয়া চেলৰ অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেটে কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেলত বিলাহী, পিয়াঁজ, আদা আৰু নহৰুৰ টোপোলা লৈ উপস্থিত হয়। তেওঁ দাবী কৰে যে এই সৰু টোপোলাটোৰ দাম ১০৫০ টকা।

এই দিনটোতে ব্যৱসায়িক কামত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৭ টকা বৃদ্ধি পাইছে। কংগ্ৰেছৰ অভিযোগ যে এফালে চাউল, দালি আৰু সৰিয়হৰ তেলৰ দাম বৃদ্ধি পাইছে। আনহাতে, পেকেটত ভৰোৱা খাদ্য সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে। সাধাৰণ মানুহৰ চকুত ধৰা পৰা নাই। বিস্কুট, চাহপাত বা কফিৰ পেকেট, চকলেট, টমেটো চচ, পেকেট মটৰ, আলমণ্ড আদিৰ মূল্য বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা সপ্তাহত মধ্যপ্ৰদেশ ভ্ৰমণ কৰি দাবী কৰে যে বাংলাদেশ, পাকিস্তান আৰু শ্ৰীলংকাত মূল্যবৃদ্ধিৰ হাৰ ভাৰততকৈ বহু বেছি। কংগ্ৰেছৰ অভিযোগ যে মূল্যবৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। যোৱা দুবছৰত নিবনুৱাৰ হাৰ চৰম সীমাত আছে। মোডী চৰকাৰে একো কৰা নাই। বৰঞ্চ সমস্যাটোৰ পৰা মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰিছে।

Tags: congress
Share4Tweet3Send

Related Posts

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT