ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

ট্ৰেফিক চিগনেল স্থাপনৰ বাবেই ত্ৰিপুৰাত আঁতৰোৱা হ’ল নেতাজী আৰু ভগত সিঙৰ প্ৰতিমূৰ্তি

নিউজ ডেস্কঃ

News Desk by News Desk
June 28, 2023
Reading Time: 1 min read
A A
0
ট্ৰেফিক চিগনেল স্থাপনৰ বাবেই ত্ৰিপুৰাত আঁতৰোৱা হ’ল নেতাজী আৰু ভগত সিঙৰ প্ৰতিমূৰ্তি

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

লেনিন, কাৰ্ল মাৰ্ক্স কিম্বা নজৰুল নহয়, নেতাজী সুভাষ, ভগত সিঙৰ দৰে স্বাধীনতা সংগ্ৰামীৰ মূৰ্তি বিজেপিৰ শাসনত ত্ৰিপুৰা (Triputa)ত চাফাই কৰিবলৈ আৰম্ভ কৰিছে।

উনকোটি জিলাৰ কুমাৰঘাট চহৰত (Kumarghat Town) শনিবাৰে নিশাৰ আন্ধাৰত ক্ৰেনেৰে আঁতৰাই দিয়া হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি (Netaji Subhas Chandra Bose’s statue removed)। দেওবাৰে নিশাও একেদৰেই পবিয়াচৰৰ পৰা বিপ্লৱী ভগত সিঙৰ প্ৰতিমূৰ্তি আঁতৰাই দিয়া হয়। এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

neta | ASSAM TIMES POST

মহকুমা প্ৰশাসনৰ সহযোগত বিজেপিৰ দ্বাৰা পৰিচালিত কুমাৰঘাট পৌৰ পৰিষদে ট্ৰেফিক চিগনেল (Traffic Signal) স্থাপন কৰিলে সুবিধা হʼব বুলি দাবী কৰে। কিন্তু এই পৌৰ পৰিষদেই নেতাজীৰ প্ৰতিমূৰ্তি আৰু ভগত সিঙৰ প্ৰতিমূৰ্তি বাওঁপন্থীৰ দিনত স্থাপন কৰিছিল। আনহাতে, দেওবাৰে নিশা চণ্ডীপুৰ বিধানসভা সমষ্টিৰ কৌলিকুৰাৰ বৈদ্যনাথ মজুমদাৰ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত প্ৰয়াত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী বৈদ্যনাথ মজুমদাৰৰ আৱক্ষ মূৰ্তিও বিকৃত হৈ পৰে। অভিযোগৰ আঙুলি উঠিছে বিজেপিৰ সমৰ্থক দুষ্কৃতিকাৰীসকলৰ ফালে। জিলা দণ্ডাধীশৰ ওচৰত চিপিএমৰ নেতৃত্বই এই ঘটনাৰ প্ৰতিবাদ কৰে।

Tags: NetajistatueTripuraত্ৰিপুৰানেতাজীপ্ৰতিমূৰ্তি
Share4Tweet3Send

Related Posts

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

by News Desk
July 27, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx