ভাৰতীয় বন সেৱাৰ বিষয়া তথা অসম সন্তান আকাশদীপ বৰুৱাক (Akash Deep Baruah) তামিলনাডুৰ প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। (IFS has been appointed as the Principal Chief Conservator of Forests of Tamil Nadu)
[caption id="attachment_103487" align="alignnone" width="948"] Akash appointed as Principal Chief Conservator of Forests in Tamil Nadu:[/caption]
তামিলনাডু কেডাৰৰ IFS বিষয়া বৰুৱাক ইয়াৰ পূৰ্বে তামিলনাডুৰ অতিৰিক্ত প্ৰধান মুখ্য সংৰক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৫ চনত এটা আন্তঃকেডাৰ প্ৰতিনিধি দলত তামিলনাডুৰ কেডাৰৰ পৰা আকাশদীপ বৰুৱাইও তিনি বছৰৰ বাবে অসম কেডাৰত কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী সময়ত আকাশদীপ বৰুৱাই ২০১৭ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালক আৰু কাজিৰঙাত টাইগাৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিছিল।