ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok sabha election 2024 I লোকসভা নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ড বিজেপিত আঘাত, প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ কংগ্ৰেছত যোগদান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 15, 2024
Reading Time: 1 min read
A A
0
Lok sabha election 2024 I লোকসভা নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ড বিজেপিত আঘাত, প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ কংগ্ৰেছত যোগদান

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

লোকসভা নিৰ্বাচনৰ (Loksabha Election) পূৰ্বে ঝাৰখণ্ড বিজেপিত এক ডাঙৰ আঘাত। হাজাৰিবাগৰ পৰা বিদায়ী বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাৰ পুত্ৰ আশীৰ সিনহাই মঙলবাৰে কংগ্ৰেছত যোগদান কৰে। জয়ন্তৰ পিতৃ যশৱন্ত সিনহা এসময়ত অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা আৰু বিত্ত মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত আছিল।

Lok sabha election 2024 I
লোকসভা নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ড বিজেপিত আঘাত:

হাজাৰিবাগ লোকসভা আসনত ২০ মে’ত পঞ্চম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু মঙলবাৰে আশীৰে কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ ভাই পেটেলক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে জয়প্ৰকাশে ২০১৯ চনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত হাজাৰিবাগৰ মাণ্ডুৰ পৰা বিজেপিৰ টিকটত জয়ী হয়। তেওঁ মাৰ্চত বিধায়ক পদৰ পৰা পদত্যাগ কৰে আৰু কংগ্ৰেছত যোগদান কৰে। আশীৰৰ পিতৃ জয়ন্ত এজন বিদায়ী সাংসদ। আনহাতে, তেওঁ পূৰ্বতেই ঘোষণা কৰিছিল যে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে।

১৯৯৮ আৰু ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত হাজাৰিবাগৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে জয়লাভ কৰাৰ পিছত আশীৰৰ ককাক যশৱন্ত বাজপেয়ীৰ চৰকাৰত মন্ত্ৰী হয়। ২০০৪ চনত পৰাজিত হোৱা স্বত্বেও যশৱন্তে ২০০৯ চনত হাজাৰিবাগ পুনৰ লাভ কৰে।

আনহাতে, ২০১৪ চনত তেওঁৰ পিতৃ লোকসভা সমষ্টি হাজাৰিবাগৰ পৰা জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জয়ন্তক বিত্ত ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়ে। পিছত তেওঁ বিমান মন্ত্ৰালয়ৰ স্বতন্ত্ৰ দায়িত্বত মন্ত্ৰী হৈছিল। কিন্তু জয়ন্তই মোডীৰ দ্বিতীয় কাৰ্যকালত মন্ত্ৰীপদ নাপালে।

বাজপেয়ী চৰকাৰত বিত্ত মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী দায়িত্বত থকা যশৱন্ত কিন্তু মোডীৰ দিনত বিজেপিৰ ৰাজনীতিত এলাগি হৈ পৰিছিল। তেওঁ ২০১৮ চনত বিজেপি ত্যাগ কৰে। তেওঁ ২০২১ চনৰ মাৰ্চত টিএমচিত যোগদান কৰে। জয়ন্ত অৱশ্যে বিজেপিতেই থাকে। ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত যশৱন্ত সিনহাক মমতা বেনাৰ্জীয়ে প্ৰাৰ্থী ঘোষণা কৰে।

তেওঁ কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলৰ সমৰ্থন লাভ কৰে। কিন্তু তেওঁ বিজেপিৰ দ্ৰৌপদী মুৰ্মুৰ হাতত পৰাজিত হয়। ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয়ৰ পিছত যশৱন্ত সিনহাই ৰাজহুৱাভাৱে তেওঁৰ পূৰ্বৰ দলটোক ধনেৰে বিভাজন কৰাৰ অভিযোগ উত্থাপন কৰে। তাৰ লগতে তেওঁ সক্ৰিয় ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্তও ঘোষণা কৰে।

Tags: প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ কংগ্ৰেছত যোগদানলোকসভা নিৰ্বাচনৰ পূৰ্বে
Share4Tweet3Send

Related Posts

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
ADVERTISEMENT
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT