ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam floods I ১০ জিলাত লক্ষাধিক লোক ক্ষতিগ্ৰস্ত, ৰাজ্যৰ বান পৰিস্থিতি অধিক অৱনতি

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2023
Reading Time: 1 min read
A A
0
Assam floods I ১০ জিলাত লক্ষাধিক লোক ক্ষতিগ্ৰস্ত, ৰাজ্যৰ বান পৰিস্থিতি অধিক অৱনতি

RELATED POSTS

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

অসমৰ বান (Assam floods) পৰিস্থিতি আৰু অধিক ভয়াৱহ (More frightening) হৈছে। অবিৰত বৰষুণৰ ফলত নতুন নতুন অঞ্চল পানীৰ তলত। জনজীৱন বিঘ্নিত, বিঘাৰ পিছত বিঘা ভূমিৰ শস্য পানীৰ তলত। নামনি অসমৰ নলবাৰী জিলাত আটাইতকৈ ভয়াৱহ পৰিস্থিতি (Worst-case scenario in Nalbari district)। জিলাখনত ১০৮খন গাঁৱৰ ৪৫ হাজাৰ লোক গৃহহীন হৈ সাহায্য শিবিৰত আশ্ৰয় লৈছে। অসমত বানাক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিছে ১ লাখ ২০ হাজাৰ।

অবিৰত বৰষুণৰ বাবে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদী। বহু উপনৈ ফেনে-ফটোকাৰে ওফন্দি উঠিছে। পানীত জাহ গৈছে বাসগৃহ। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ১০খন জিলাত ১ লাখ ১৯ হাজাৰ ৮০০ লোক ক্ষতিগ্ৰস্ত হৈছে।

বান পৰিস্থিতি
১০ জিলাত লক্ষাধিক লোক ক্ষতিগ্ৰস্ত, ৰাজ্যৰ বান পৰিস্থিতি অধিক অৱনতি:

বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহৰ ভিতৰত আছে বাক্সা, বৰপেটা, দৰং, ধেমাজি, ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি আৰু নলবাৰী। পৰিস্থিতি আটাইতকৈ ভয়াৱহ হৈ পৰিছে নলবাৰীত। জিলাখনৰ ১০৮ খন গাঁও সম্পূৰ্ণ পানীৰ তলত। ঘৰ এৰিবলগীয়া হৈছে ৪৫ হাজাৰ লোকে। ইয়াৰে কিছুমানক সাহায্য শিবিৰত ৰখা হৈছে। বেছিভাগ মানুহেই সকলো হেৰুৱাই পথৰ ওখ অংশত আশ্ৰয় লৈছে।

ভূটানৰ পৰা বৈ অহা পাগলাদিয়া নদীক লৈ চিন্তিত হৈ পৰিছে নলবাৰী জিলা। বিগত ২৪ ঘণ্টাত পাগলাদিয়াৰ জলপৃষ্ঠ বহু পৰিমাণে বৃদ্ধি পাইছে। পাহাৰত অধিক বৰষুণ হʼলে ইয়াৰ প্ৰভাৱ ভৈয়াম অঞ্চলতো পৰিব। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি, আগন্তুক কেইদিনমানলৈ অসমত বৰষুণ অব্যাহত থাকিব। আনহাতে, বানপানীৰ বাবে বহু ঠাইত খহিছে পথ। কিছু ঠাইত ৰাষ্ট্ৰীয় ঘাইপথো পানীৰ তলত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamfloodsঅসমবানপানী
Share5Tweet3Send

Related Posts

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
53
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
51
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d