ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজধানীত সৰ্বদলীয় বৈঠকৰ আহ্বান গৃহমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 22, 2023
Reading Time: 1 min read
A A
0
Unrest in Manipur I ‘একতা দিৱস’তে পুনৰ উত্তপ্ত হ’ল মণিপুৰ! গুলীত আহত সেনা জোৱান

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

মণিপুৰৰ (Manipur Violence) পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। যোৱা ৩ মেʼৰ পৰা জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অব মণিপুৰ (All Trible Students Union of Manipur) ’ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তি আৰম্ভ হয়। তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) মেʼ মাহত মণিপুৰ ভ্ৰমণ কৰে।

Manipur Violence
Amit Shah calls all-party meet on June 24:

তেওঁৰ উদ্দেশ্য আছিল মণিপুৰৰ হিন্দু মেইটেই সম্প্ৰদায় (Meitei)  আৰু কুকিকে ধৰি অন্যান্য অনুসূচিত জাতি-জনগোষ্ঠীৰ মাজত সংঘাত বন্ধ কৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণৰ সময়ত চিবিআইৰ তদন্তৰ কথাও ঘোষণা কৰে। কিন্তু শ্বাহৰ ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ কোনো পৰিবৰ্তন হোৱা নাছিল। এতিয়াও ৪০ হাজাৰৰো অধিক লোক গৃহহীন। সাম্প্ৰদায়িক হিংসাৰ ফলত ১১৫ জন লোকৰ মৃত্যু হয়। গতিকে মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ অমিত শ্বাহে এখন বৈঠক আহ্বান কৰিছে।

বুধবাৰে গৃহ মন্ত্ৰালয়ে টুইটযোগে কয় যে অহা ২৪ জুনত অৰ্থাৎ শনিবাৰে বিয়লি ৩ বজাত নতুন দিল্লীত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হʼব। বিগত দুসপ্তাহ ধৰি ম্যানমাৰ সীমান্তৰ সিপাৰৰ পৰা উগ্ৰপন্থীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে মেইটেই সম্প্ৰদায়ে।

আনহাতে, যদিও জনসংগঠনৰ মঞ্চ ‘খিলঞ্জীয়া জনজাতি নেতা মঞ্চʼত কাংপকপি আৰু ইম্ফল পশ্চিম জিলাৰ সীমান্তৰ খোকেন গাঁৱত এগৰাকী মহিলাসহ তিনিজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, আক্ৰমণকাৰী মেইটেই সম্প্ৰদায়ৰ।

মণিপুৰত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীসকলক বিচাৰি উলিয়াবলৈ চিবিআয়ে শুকুৰবাৰে এটা বিশেষ তদন্ত দল (এছআইটি) গঠন কৰে। ১০ জনীয়া দলটোৰ নেতৃত্বত আছে ডিআইজি পৰ্যায়ৰ এজন বিষয়া। শুকুৰবাৰে চিবিআয়ে ছখন এফআইআৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।

Tags: কৰিবলৈ ৰাজধানীত সৰ্বদলীয় বৈঠকৰ আহ্বান গৃহমন্ত্ৰীৰমণিপুৰ সন্দৰ্ভত আলোচনা
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx