ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

গুৱাহাটীৰ পটভূমিত নিৰ্মাণ হৈ আছে বাস্তৱধৰ্মী ছবি “চিলনী চোৰ”-

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
June 21, 2023
Reading Time: 1 min read
A A
0
গুৱাহাটীৰ পটভূমিত নিৰ্মাণ হৈ আছে বাস্তৱধৰ্মী ছবি “চিলনী চোৰ”-

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

গুৱাহাটী মহানগৰীলৈ বহু সপোন লৈ অহা বিভিন্ন প্ৰান্তৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাক লৈ এখন বাস্তৱধৰ্মী ছবি নিৰ্মাণ কৰি থকা হৈছে। ছবিখনৰ নাম হৈছে “চিলনী চোৰ”। আমি দেখি আহিছোঁ ৰাজ্যৰ ভিতৰুৱা বহু ঠাইৰ পৰা নিজৰ জীৱনটোক গঢ় দিয়াৰ উদ্দেশ্যৰে যুৱক-যুৱতীসকল গুৱাহাটীলৈ আহে যদিও তেওঁলোক বিভিন্ন সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যিয়ে তেওঁলোকক কেতিয়াবা বিপথে পৰিচালিত কৰে। এই আটাইবোৰক লৈ নিৰ্মিত ছবিখনৰ পৰিচালনা কৰিছে প্ৰণৱজ্যোতি ভৰালীয়ে (Pranabjyoti Bharali)।

চিলনী চোৰ
“চিলনী চোন” ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ সমাপ্ত

ছবিখনৰ প্ৰযোজনা পৰেশ বৰাৰ লগতে চিত্ৰনাট্য ডাঃ নয়নজ্যোতি তালুকদাৰৰ। দৃশ্যগ্ৰহণ প্ৰফুল্ল ৰাভাৰ আৰু সংগীত পৰিচালনা অহীৰ ভৈৰৱৰ। ছবিখনৰ ইতিমধ্যে এটি গীত বাণীবদ্ধ হৈছে জুবিন আৰু সুবাসনা দত্তৰ কণ্ঠৰে। “চিলনী চোৰ” ত মুখ্য সহ পৰিচালক হিচাবে আছে ভৱেশ নাথ আৰু সহকাৰী পৰিচালনা পুলক শিৱমৰ। এক্সন পৰিচালনা প্ৰণৱ মেধিৰ।

FB IMG 1687107749282 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

ছবিখনত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, চাজু আহমেদ, প্ৰণৱ দত্ত, নীল তামুলী, কংকন দে, জ্যোতিষ্মান শৰ্মা, মিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ ভূঞা আৰু অনুপম শইকীয়াই।

Tags: গুৱাহাটী
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT