ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Tourists stranded in North Sikkim I উত্তৰ ছিকিমত আবদ্ধ ২ হাজাৰোধিক পৰ্যটক, ধাৰাসাৰ বৰষুণত ধ্বংস কেইবাটাও পথ

নিউজ ডেস্কঃ

News Desk by News Desk
June 17, 2023
Reading Time: 1 min read
A A
0
Tourists stranded in North Sikkim I উত্তৰ ছিকিমত আবদ্ধ ২ হাজাৰোধিক পৰ্যটক, ধাৰাসাৰ বৰষুণত ধ্বংস কেইবাটাও পথ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

ধাৰাসাৰ বৰষুণ (Heavy rain)ত পথ ভাঙি যোৱাৰ ফলত উত্তৰ ছিকিমত আবদ্ধ (Stranded in North Sikkim) হৈ আছে ২ হাজাৰৰো অধিক পৰ্যটক। যোৱা বৃহস্পতিবাৰৰ পৰা উত্তৰ ছিকিমত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন নদী ওফন্দি উঠিছে।

উত্তৰ ছিকিমৰ মংগানৰ পৰা চুংথাংলৈ যোৱা পথত যাতায়াত ব্যাহত (Traffic on road from Mongan to Chungthang disrupted) হৈছে বুলি ৰাজ্য প্ৰশাসনে জানিবলৈ দিয়ে। মংগন জিলা প্ৰশাসনে জনোৱা মতে, ভূমিস্খলনৰ বাবে কেইবাটাও পথ অৱৰোধ কৰা হৈছে। চাংগু হ্ৰদ, নাথুলা, বাবা মন্দিৰৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ যোৱা সংযোগী পথত জৱাহৰলাল নেহৰু মৰ্চাৰীৰ সমীপতো ভাঙি পৰে।

 North Sikkim
Tourists stranded in North Sikkim :

এই পৰিস্থিতিৰ বাবে ১৯৭৫ জন ঘৰুৱা পৰ্যটক, ৩৬ জন বিদেশী পৰ্যটক লাচেন আৰু লাচুং অঞ্চলৰ হোটেলত আবদ্ধ হৈ আছে। বিদেশী পৰ্যটকৰ ভিতৰত আছে ২৩ জন বাংলাদেশী, ১০ জন আমেৰিকান আৰু ৩ জন ছিংগাপুৰৰ লোক।

পৰ্যটকৰ অন্যতম প্ৰিয় ঠাই ছিকিম। পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাজ্যখনলৈ বহু লোকে ভিৰ কৰে। এইবাৰ প্ৰকৃতিৰ ক্ৰোধৰ বাবে পৰ্যটকসকল বিপদত পৰে। উত্তৰ ছিকিমৰ বিভিন্ন পথত আবদ্ধ হৈ পৰে ৩৪৫খন গাড়ী আৰু ১১খন বাইক। প্ৰশাসনৰ সূত্ৰ মতে, বৰষুণ বন্ধ হোৱাৰ লগে লগে পথ মেৰামতিৰ কাম আৰম্ভ হʼব।

Tags: NorthSikkimStrandedtouristsআবদ্ধপৰ্যটকউত্তৰছিকিম
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx